ইতিহাসত আজিৰ দিনটো ১১ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১১ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৫২ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া মহাদেশৰ প্ৰথম বিশ্ববিদ্যালয়  চিডনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল।
(২) ১৮৬২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত বিজ্ঞানী টমাছ এলভা এডিছনে  তেওঁৰ প্ৰথম আৱিষ্কাৰ, ইলেক্ট্ৰিক ভইচ মেচিনৰ পেটেন্ট লাভ  কৰে।
(৩) ১৮৬৯ চনৰ আজিৰ দিনটোতে কানাডাত থকা ব্ৰিটিছ সেনাবাহিনীৰ বিৰুদ্ধে ৰেড ৰিভাৰ  বিদ্ৰোহ আৰম্ভ হয়। 


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৩৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয়।
(২) ১৯৩০ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহেৰুক নাইনি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়ে ৷
(৩) ১৯৮৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ সেনাই শ্ৰীলংকা অপাৰেচন পবন আৰম্ভ কৰে ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয় ।
(২) ১৯৩৪ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ জন্ম হয় ।
(৩) ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ মেগা ষ্টাৰ অমিতাভ বচ্চনৰ জন্ম হয়।


মৃত্যু : ----

(১) ২০০২ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী দীনা পাঠকৰ জন্ম হয় ৷





 

Post a Comment

Previous Post Next Post