ইতিহাসত আজিৰ দিনটো ১০ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১০ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মহাকাশ সপ্তাহ ৷(৪ পৰা ১০ অক্টোবৰ) 
(২) বিশ্ব মানসিক স্বাস্থ্য দিৱস
(৩) ৰাষ্ট্ৰীয়  ডাক দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৪২ চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াই অষ্ট্ৰেলিয়াৰ লগত ৰাজনৈতিক সমন্ধ আৰম্ভ কৰে ৷
(২) ১৯৬৪ চনৰ আজিৰ দিনটোতে  টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত প্ৰথমবাৰ দুৰদৰ্শনত লাইভ প্ৰদৰ্শিত হৈছিল।
(৩) ১৯৭০ চনৰ আজিৰ দিনটোতে ফিজিয়ে স্বাধীনতা লাভ কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৫৬ চনৰ আজিৰ দিনটোতে ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত ব্ৰিটিছ সেনাই পুনৰ কলিকতা দখল কৰে ।
(২) ১৯১০ চনৰ আজিৰ দিনটোতে বাৰানাসীত মদন মোহন মালৱীয়ৰ অধ্যক্ষতা প্ৰথম অখিল ভাৰতীয় হিন্দী সন্মিলন অনুষ্ঠিত হৈছিল ।
(৩) ১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতে বিশ্ব কেৰম প্ৰতিযোগিতা দলীয় খিতাপ লাভ কৰে। 
(৪) ২০১৪ চনত আজিৰ দিনটোতে ভাৰতৰ কৈলাশ সত্যাৰ্থীলৈ ন’বেল পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণৰ জন্ম হয়। 
(২) ১৯১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ হকী খেলুৱৈ বলবীৰ সিংৰ জন্ম হয় ।
(৩) ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী ৰেখাৰ জন্ম হয়। 

মৃত্যু : ----

(১) ২০০০ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ মৃত্যু হয়।
(২) ২০১১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গজল গায়ক জগজিৎ সিংৰ মৃত্যু হয়। 




 

Post a Comment

Previous Post Next Post