ইতিহাসত আজিৰ দিনটো ১৩ অক্টোব

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১৩ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৭৬ চনৰ আজিৰ দিনটোতে বলিভিয়াত বইং জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ১০০ জন লোকৰ মৃত্যু হয় ।
(২) ১৯৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
(৩) ২০০০ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম দাই জং শান্তিৰ ন’বেল পুৰস্কাৰ লাভ কৰে ।
(৪) ২০০১ চনৰ আজিৰ দিনটোতে নাইজেৰিয়াত হোৱা মাৰ্কিন-বিৰোধী সংঘাত সৃষ্টি হোৱা সাম্প্ৰদায়িক ঘটনাত প্ৰায় ২০০ জন লোক নিহত হৈছিল।
(৫) ২০০২ চনৰ আজিৰ দিনটোতে জাৰ্মানীয়ে স্কুইডেনক পৰাস্ত কৰি প্ৰথমবাৰ বিশ্বকাপ ফুটবল টুৰ্ণামেণ্ট  জয় কৰিবলৈ সক্ষম হয় ।
(৬) ২০০২ চনৰ আজিৰ দিনটোতে প্ৰথমবাৰ চীনা মহাকাশযান লং মাৰ্চ 2f মানুহক লৈ মহাকাশলৈ যাত্ৰা কৰে।
(৭) ২০০৫ চনৰ আজিৰ দিনটোতে জার্মানিৰ প্রখ্যাত নাট্যকাৰ হেৰাল্ড পিন্টাৰক ২০০৫ বৰ্ষৰ সাহিত্যে ন’বেল পুৰস্কাৰ ঘোষণা কৰা হয় ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপায়ী  তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰীৰূপে অধিষ্ঠিত হয়।
(২) ২০০২ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত  ইণ্টাৰপোল সদস্য দেশবোৰৰ প্ৰতিনিধিৰ সন্মিলন  আৰম্ভ হৈছিল ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৯৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্তেইন চি.কে. নাইডুৰ জন্ম হৈছিল।
(২) ১৯১১ চনৰ আজিৰ দিনতোতে ভাৰতৰ অভিনেতা অশোক কুমাৰৰ জন্ম হয়। 

মৃত্যু : ----

(১) ১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত বলিউদৰ প্ৰখ্যাত গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ মৃত্যু হয় ।








 

Post a Comment

Previous Post Next Post