27 | 28 | 29 | 30 | 1 | 2 | 3 |
4 | 5 | 6 | 7 | 8 | 9 | 10 |
11 | 12 | 13 | 14 | 15 | 16 | 17 |
18 | 19 | 20 | 21 | 22 | 23 | 24 |
25 | 26 | 27 | 28 | 29 | 30 | 31 |
আজিৰ তাৰিখ ১৪ অক্টোবৰ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) বিশ্বমান দিৱস।
(২) বিশ্ব ডাকঘৰ দিৱস (সপ্তাহ) ৷
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৯৩৩ চনৰ আজিৰ দিনটোতে জাৰ্মানীয়ে মিত্ৰ শক্তিৰ পৰা ওলাই অহাৰ কথা ঘোষণা কৰে ৷
(২) ১৯৪৩ চনৰ আজিৰ দিনটোতে জাপানে ফিলিপাইনৰ স্বাধীনতা ঘোষণা কৰে ৷
(৩) ১৯৪৮ চনৰ আজিৰ দিনটোতে ইজৰাইল আৰু ইৰাকৰ মাজত ভীষণ যুদ্ধ আৰম্ভ হয়।
(৪) ১৯৯৯ চনৰ আজিৰ দিনটোতে মার্কিন চিনেটে পাৰমাণবিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (চিটিবিটি) প্ৰত্যাখ্যান কৰে ।
ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৮৮২ চনৰ আজিৰ দিনটোতে পাঞ্জাৱ বিশ্ববিদ্যালয় স্থাপন কৰা হয় ।
(২) ১৯৫৬ চনৰ আজিৰ দিনটোতে ড° ভীমৰাও আম্বেদকাৰে নাগপুৰত 3,85,000 অনুৰাগীৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।
(৩) ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয় ।
(৪) ২০১০ চনৰ আজিৰ দিনটোতে দিল্লীত অনুষ্ঠিত ১৯ সংখ্যক কমলৱেলথ ক্ৰীড়াৰ সমাপ্তি ঘটে।
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৬৪৩ চনৰ আজিৰ দিনটোতে দিল্লী মোগল সম্ৰাট বাহাদুৰ শ্বাহ প্ৰথমৰ জন্ম হৈছিল।
(২) ১৯২৪ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয় ।
(৩) ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ জন্ম হয় ।
মৃত্যু : ----
(১) ১২৪০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু হয় ।
(২) ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ দশৰথ দেৱৰ মৃত্যু হয়।
(৩) ২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী মোহন ধাৰিয়াৰ মৃত্যু হয় ।
Tags
ইতিহাসত আজিৰ দিনটো