ইতিহাসত আজিৰ দিনটো ১ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ১ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) বিশ্ব এইডছ দিৱস।
(২) সীমান্ত সুৰক্ষা বাহিনী স্থাপন দিৱস ৷
(৩) নাগালেণ্ড প্ৰতিষ্ঠা দিৱস ।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৪০ চনৰ আজিৰ দিনটোতে পৰ্টুগালে স্বাধীনতা লাভ কৰে। 
(২) ১৯৫৯ চনৰ আজিৰ দিনটোতে মহাকাশৰ পৰা  পৃথিৱীৰ প্ৰথম ৰঙীন ফটো লোৱা হয়। 
(৩) ১৯৭৬ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ সেনাৰ জেনেৰেল জিয়াউৰ  ৰহমানে নিজকে ৰাষ্ট্ৰপতি ঘোষণা কৰে।
(৪) ১৯৮৮ চনৰ আজিৰ দিনটোতে বাংলাদেশত অহা ঘূৰ্ণিবতাহত ৫৯৬ লোকৰ মৃত্যু আৰু ৫০০০০০ লোক গৃহহীন হয় ৷
(৫) ১৯৮৮ চনৰ আজিৰ দিনটোতে এইডচ সজাগতাৰ বাবে প্ৰথম বিশ্ব এইডচ দিৱস পালন কৰা হয় ।
(৬) ১৯৯২ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাজনৈতিক সমন্ধ স্থাপন হয় । 
(৭) ২০০০ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ হৰুৱাই একেৰাহে অষ্টমবাৰৰ বাবে   এছেজ টেষ্ট শৃংখলা জয় লাভ কৰিছিল ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৩৩ চনৰ আজিৰ দিনটোতে কলকাতা আৰু ঢাকাৰ মাজত বিমানসেৱা আৰম্ভ হয়। 
(২) ১৯৬৩ চনৰ আজিৰ দিনটোতে নাগালেণ্ড ভাৰতৰ ১৬তম ৰাজ্যৰূপে পৰিগণিত হয় ৷
(৩) ১৯৬৫ চনৰ আজিৰ দিনটোতে সীমান্ত সুৰক্ষা বাহিনী(BSF) গঠন কৰা হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮১ চনৰ আজিৰ দিনটোতে অসমৰ এখন আগশাৰীৰ পষেকীয়া আলোচনী প্ৰান্তিকৰ প্ৰথম প্ৰকাশ আৰম্ভ হয় ৷


জন্ম : ----

(১) ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী সমাজ সেৱিকা মেধা পাটেকাৰৰ জন্ম হৈছিল। 

মৃত্যু : ----

(১) ১৯৭৩ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম প্ৰধানমন্ত্ৰী ডেভিদ বেন গুৰিৱেনৰ ৮৭ বছৰ বয়সত মৃত্যু হৈছিল।
(২) ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ  প্ৰথম মহিলা মুখ্যমন্ত্ৰী(উত্তৰ প্ৰদেশ) সুচেতা কৃপালানিৰ মৃত্যু হয়।
(৩) ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হয়।


বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post