ইতিহাসত আজিৰ দিনটো ১২ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ১২ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক নিৰপেক্ষতা দিৱস
(২) আন্তৰ্জাতিক সাৰ্বজনীন স্বাস্থ্য আৱৰণ দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৮০০ চনৰ আজিৰ দিনটোতে ৱাশ্বিংটন ডিচিক  আমেৰিকাৰ ৰাজধানীৰূপে ঘোষণা কৰা  হৈছিল।
(২) ১৮২২ চনৰ আজিৰ দিনটোতে আমেৰিকাই মেক্সিকোক  এক স্বাধীন ৰাষ্ট্ৰ  হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছিল ৷
(৩) ১৮৮৪ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন ষ্টেট ক্ৰিকেট মেচ খেলা হৈছিল। 
(৪) ১৯২৩ চনৰ আজিৰ দিনটোতে ইটালীত পো নদীৰ বান্ধ ভঙাৰ ফনত ৬০০ জন লোকৰ মৃত্যু হয়।
(৫) ১৯৬৩ চনৰ আজিৰ দিনটোতে কেনিয়া স্বাধীন হয়।
(৬) ১৯৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাই কপিৰাইট আইন সুধৰণি  কৰি  ইয়াত কম্পিউটাৰ প্ৰ'গ্ৰাম  অন্তৰ্ভুক্ত কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯১১ চনৰ আজিৰ দিনোতে কলকাতাৰ পৰা ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল।
(২) ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংসদে  পূৰ্বতে  ৰজাসকলক প্ৰদান কৰি অহা  সকলো সুবিধা বাতিল কৰা হৈছিল।
(৩) ১৯৯৬ চনৰ আজিৰ দিনটোতে ভাৰত আৰু বাংলাদেশৰ মাজত  গংগাৰ পানী ভাগ বটোৱাৰালৈ  ৩০ বছৰীয়া চুক্তি স্বাক্ষৰ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয়।

জন্ম : ----

(১) ১৮৭২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু হিন্দু মহাসভাৰ অধ্যক্ষ বালকৃষ্ণ শিবৰামৰ জন্ম হয়। 
(২) ১৯৪৯ চনৰ আজিৰ দিনটোতে তামিল তথা হিন্দী চলচ্চিত্ৰৰ অভিনেতা ৰজনীকান্তৰ জন্ম হৈছিল ৷
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ  পূৰ্বৰ অধিনায়ক কৃষ্ণমাচাৰী  শ্ৰীকান্ত জন্ম হৈছিল ।
(৪) ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয়  ক্ৰিকেট দলৰ এগৰাকী তাৰকা খেলুৱৈ যুৱৰাজ সিঙৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৯৬৪ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰকবি ৰূপে খ্যাত প্ৰসিদ্ধ হিন্দী কবি মৈথিলীচৰণ গুপ্তৰ মৃত্যু হয়।
(২) ২০০৫ চনৰ আজিৰ দিনটোতে বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক তথা জনপ্ৰিয় ধাৰাবাহিক 'ৰামায়ণ’ৰ  নিৰ্মাতা ৰামানন্দ সাগৰৰ  মৃত্যু হয়।
(৩) ২০১২ চনৰ আজিৰ দিনটোতে উত্তৰাখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী নিত্যানন্দ স্বামীৰ মৃত্যু হয় ।


বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১২ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post