ইতিহাসত আজিৰ দিনটো ১১ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ১১ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক পৰ্বত দিৱস।
(২) বিশ্ব শিশু পুঁজি দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৯৩৭ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ ইটালীয়ে  মিত্ৰসংঘৰ  পৰা ওলাই আহে ।
(২) ১৯৪১ চনৰ আজিৰ দিনটোতে জাৰ্মানী আৰু ইটালীয়ে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। 
(৩) ১৯৪৬ চনৰ আজিৰ দিনটোতে ইউনিচেফ স্থাপন কৰা হয় ।
(৪) ১৯৪৬ চনৰ আজিৰ দিনটোতে স্পেইনক  ৰাষ্ট্ৰসংঘৰ পৰা নিলম্বন কৰা হৈছিল।
(৫) ২০০৭ চনৰ আজিৰ দিনটোতে উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত  ৫০ বছৰৰ পিছত ট্ৰেইন সেৱা  পুনৰ আৰম্ভ কৰা হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬৮৭ চনৰ আজিৰ দিনটোতে ইষ্ট  ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাজত পৌৰ নিগম প্ৰতিষ্ঠা কৰিছিল ।
(২) ১৯৪৬ চনৰ আজিৰ দিনটোতে  ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় বোলছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা  দিলীপ কুমাৰৰ জন্ম হৈছিল । 
(২) ১৯৩৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি  প্ৰণব কুমাৰ মুখাৰ্জী
জন্ম হৈছিল। 
(৩) ১৯৬৭  চনৰ আজিৰ দিনটো গ্ৰেণ্ড মাষ্টাৰ  বিশ্বনাথন আনন্দৰ জন্ম হৈছিল। 


মৃত্যু : ----

(১) ২০১২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ পণ্ডিত ৰবি শংকৰৰ মৃত্যু হৈছিল ৷




 

Post a Comment

Previous Post Next Post