ইতিহাসত আজিৰ দিনটো ৪ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ৪ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) আন্তৰ্জাতিক বেংক দিৱস
(২) ভাৰতৰ নৌ সেনা দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৫২ চনৰ আজিৰ দিনটোতে দক্ষিণ আমেৰিকাৰ আটলাণ্টিক মহাসাগৰৰ অৱস্থিত বাৰমুদা দ্বীপৰ বিষয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু ফ্ৰান্সৰ এক ত্ৰিদেশীয় সন্মিলন আৰম্ভ হয়।
(২) ১৯৭৭ চনৰ আজিৰ দিনটোতে ইজিপ্তৰ বিৰুদ্ধে আৰব মৰ্চা গঠিত হয় ।
(৩) ১৯৯৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মংগল গ্ৰহলৈ মহাকাশযান “Mars pathfinder” নিক্ষেপ কৰে। 
(৪) ২০১২ চনৰ আজিৰ দিনটোতে ছিৰিয়াত  মৰ্টাৰৰ আক্ৰমণত ২৯ জন লোকৰ মৃত্যু হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮২৯ চনৰ আজিৰ দিনটোতে ভাইচৰয় লৰ্ড উইলিয়াম বেণ্টিকে ভাৰতত সতীদাহ প্ৰথা  নিষিদ্ধ কৰিছিল।
(২) ১৯৬৭ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম ৰকেট ' ৰোহিনী আৰএইচ ৭৫' থুম্বাৰ পৰা উৎক্ষেপন কৰা হৈছিল।
(৩) ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় নৌসেনাই  পাকিস্তানৰ নৌসেনা আৰু কৰাচী আক্ৰমণ কৰে।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৮৮ চনতৰ আজিৰ দিনটোতে ইতিহাসবিদ ৰমেশ চন্দ্ৰ মজুমদাৰৰ জন্ম হয় ।
(২) ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণৰ জন্ম হয়।
(৩) ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ দ্বাদশ প্ৰধান মন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰালৰ জন্ম হৈছিল ।
(৪) ১৯২১ চনৰ আজিৰ দিনটোতে সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত অসমৰ এগৰাকী বিখ্যাত সাহিত্যক, সমালোচক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হয় ।

মৃত্যু : ----

(১) ২০১১ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী সাহিত্যিক,  তথা সমাজকৰ্মী, কামতা সাহিত্য ৰত্ন, অম্বিকাচৰণ চৌধুৰীৰ মৃত্যু হয় ।

 




 

Post a Comment

Previous Post Next Post