ইতিহাসত আজিৰ দিনটো ৪ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ৪ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৯৫ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হত্যা কৰা হয় ৷
(২) ২০০২ চনৰ আজিৰ দিনটোতে চীনে আছিয়ান দেশবোৰৰ সৈতে মুক্ত বাণিজ্য ক্ষেত্ৰ চুক্তি স্বাক্ষৰ কৰে।
(৩) ২০০৮ চনৰ আজিৰ দিনটোতে বাৰাক ওবামা আমেৰিকাৰ প্ৰথম গৰাকী কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮২২ চনত দিল্লীত আনুষ্ঠানিকভাৱে জল যোগান আঁচনি আৰম্ভ কৰা হৈছিল।
১৯৫৪ চনৰ আজিৰ দিনটোতে দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী তথা উদ্যোগপতি  যমোনালাল বাজাজৰ জন্ম হয়।
(২) ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখক  ঋত্বিক ঘটকৰ জন্ম হয়।
(৩) ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী গীতিকাৰ জয়কিসানৰ জন্ম হয় ৷
(৪) ১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা বিজয়া মেহেতাৰ জন্ম হয় ।
(৫) ১৯৩৬ চনৰ আজিৰ দিনটোতে মানৱ কম্পিউটাৰ নামে খ্যাত গণিতজ্ঞ  শকুন্তলা দেৱীৰ জন্ম হয়।
(৬) ১৯৫৪ চনৰ আজিৰ দিনটোতে অসমীয়া বোলছবি জগতৰ এগৰাকী অভিনেত্ৰী চেতনা দাসৰ জন্ম হৈছিল।

মৃত্যু : ----

(১) ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত শম্ভু মহাৰাজৰ মৃত্যু হয়।










 

Post a Comment

Previous Post Next Post