ইতিহাসত আজিৰ দিনটো ২৪ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ২৪ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস ৷
(২) বিশ্ব  উন্নয়ন বাৰ্তা দিৱস।
(৩) বিশ্ব পলিঅ' দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত  ৫০ খন দেশৰ  অন্তভুৰ্ক্তৰে ৰাষ্ট্ৰসংঘ স্থাপন কৰা হয়।
(২) ১৯৪৬ চনৰ আজিৰ দিনটোতে প্ৰথম  ৰকেটৰ দ্বাৰা মহাকাশৰ  পৰা পৃথিৱীৰ ছবি লোৱা হয় 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬০৫ খ্ৰীষ্টাব্দৰ এই দিনটোতে  মোগল সম্ৰাটৰূপে জাহাংগীৰৰ সিংহাসনত অধিষ্ঠিত হয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) 

মৃত্যু : ----

(১) ২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মান্না দেৰ মৃত্যু হয়। 









 

Post a Comment

Previous Post Next Post