অসমীয়া ৱেবছাইট

A Assamese Website For General Knowledge, Science And Technology, Assamese Literature,Culture, Job, History, Agriculture Etc in Assamese language এই ৱেবছাইটত সাধাৰণ জ্ঞান, বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি, সংস্কৃতি, নিয়োগ, বুৰঞ্জী, কৃষি আদি বিষয় অন্তভুৰ্ক্ত কৰা হৈছে ৷

অনুসন্ধান কৰক

Saturday, October 24, 2020

ইতিহাসত আজিৰ দিনটো ২৪ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ২৪ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস ৷
(২) বিশ্ব  উন্নয়ন বাৰ্তা দিৱস।
(৩) বিশ্ব পলিঅ' দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত  ৫০ খন দেশৰ  অন্তভুৰ্ক্তৰে ৰাষ্ট্ৰসংঘ স্থাপন কৰা হয়।
(২) ১৯৪৬ চনৰ আজিৰ দিনটোতে প্ৰথম  ৰকেটৰ দ্বাৰা মহাকাশৰ  পৰা পৃথিৱীৰ ছবি লোৱা হয় 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬০৫ খ্ৰীষ্টাব্দৰ এই দিনটোতে  মোগল সম্ৰাটৰূপে জাহাংগীৰৰ সিংহাসনত অধিষ্ঠিত হয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) 

মৃত্যু : ----

(১) ২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মান্না দেৰ মৃত্যু হয়। 









 

No comments:

Post a Comment

দৈনিক আপডেট পাবলৈ আমাৰ Whatsapp Groupত জইন হব পাৰে