ইতিহাসত আজিৰ দিনটো ১৭ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১৭ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) অসম ক্ৰীড়া দিৱস।
(২) আন্তৰ্জাতিক দৰিদ্ৰতা নিৰ্মূল দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৪ চনৰ আজিৰ দিনটোতে বেংক অফ ইটালী সাধাৰণ জনতাৰ বাবে মুকলি কৰা হয়। 
(২) ১৯১৭ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধত  ব্ৰিটেইনে প্ৰথম বাৰ জাৰ্মানীক আকাশমাৰ্গেৰে আক্ৰমণ কৰে ।
(৩) ১৯৫৬ চনৰ আজিৰ দিনটোতে  ইংলেণ্ডত প্ৰথমটো বৃহৎ  নিউক্লীয় শক্তি কেন্দ্ৰ  আৰম্ভ হৈছিল।
(৪) ১৯৭৯ চনৰ আজিৰ দিনটোতে মাৰ্ডাৰ টেৰেছাক  শান্তিৰ ন’বেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল।
(৫) ২০০৩ চনৰ আজিৰ দিনটোতে চীনে এছিয়া প্ৰথম আৰু বিশ্বৰ তৃতীয় দেশ হিচাপে মহাকাশলৈ মানৱ প্ৰেৰণত সফলতা লাভ কৰে ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮১৭ চনৰ আজিৰ দিনটোতে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক চৈয়দ আহমদ খানৰ দিল্লীত  জন্ম হৈছিল ।
(২) ১৯০০ চনৰ এই দিনটোতে  সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হয়।
(৩) ১৯৭০ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন লেগ স্পিনাৰ অনিল কুম্বলেৰ জন্ম হয়।


মৃত্যু : ----

(১) ১৯৮৯ চনৰ এই দিনটোতে শিল্পী যুগল দাসৰ মৃত্যু হয়
(২) ১৬০৫ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰ মৃত্যু হয় ।










 

Post a Comment

Previous Post Next Post