ইতিহাসত আজিৰ দিনটো ১৬ অক্টোব

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১৬ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব খাদ্য দিৱস।
(২)  বিশ্ব এলাৰ্জি সজাগতা দিৱস
(৩) বিশ্ব ডাকঘৰ দিৱস (সপ্তাহ) ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৫৭ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াই জামানিৰ ৰাজধানী বাৰ্লিন দখল কৰে। 
(২) ১৯১৫ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে বুলগেৰিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(৩) ১৯৬৪ চনৰ আজিৰ দিনটোতে চীনে তেওঁলোকৰ প্ৰথমটো পাৰমানৱিক বিষ্ফোৰণ ঘটাই। 


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯০৫ চনৰ আজিৰ দিনটোতে লৰ্ড কাৰ্জনৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী হয়।
(২) ১৯৫৯ চনৰ আজিৰ দিনটোতে  ৰাষ্ট্ৰীয় মহিলা শিক্ষা পৰিষদ স্থাপন কৰা হৈছিল।
(৩) ১৯৬৮ চনৰ আজিৰ দিনটোতে হৰগোবিন্দ খোৰানালৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হয়।
(৪) ১৯৭৮ চনত আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ কপিল দেবে  পাকিস্তানৰ বিৰুদ্ধে  ফয়সালাবাদ তেওঁৰ টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৮ চনৰ আজিৰ দিনটোতে কবি , সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয়।
(২) ১৯৪৮ চনৰ আজিৰ দিনটোতে উৰিষ্যাৰ ১৪তম মুখ্যমন্ত্ৰী নবীন পাটনায়ক জন্ম হয় ।
(৩) ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেত্ৰী হেমা মালিনীৰ জন্ম হয়। 


মৃত্যু : ----

(১) 










 

Post a Comment

Previous Post Next Post