ইতিহাসত আজিৰ দিনটো ৭ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ৭ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) আন্তৰাষ্ট্ৰীয় ৰেডক্ৰছ দিৱস( সপ্তাহ)


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৭ চনৰ আজিৰ দিনটোৰ পৰাই ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ আৰম্ভ হয় । যাক অক্টোবৰ বিপ্লৱ বুলিও কোৱা হয় ।
(২) ২০১২ চনৰ আজিৰ দিনটোতে গুৱাটেমেলা হোৱা এক  ভূমিকম্পৰ  ৫২ জনৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৭৬ চনৰ আজিৰ দিনটোতে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে  বংগৰ কান্তল পান্ডা নামৰ এখন গাওঁত   বন্দে মাতৰম  গীতটি ৰচনা কৰিছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৮৫৮  চনৰ আজিৰ দিনটোতে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া মহান সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ জন্ম হয়। 
(২) ১৮৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী চন্দ্ৰেশেখৰ ভেংকটৰমন জন্ম হয়। 


মৃত্যু : ----

(১) ১৮৬২ চনৰ আজিৰ দিনটোতে মোগলৰ  শেষ শাসক বাহাদুৰ শ্বাহ দ্বিতীয়ৰ ৰেঙ্গুন ত মৃত্যু হয়।









 

Post a Comment

Previous Post Next Post