ইতিহাসত আজিৰ দিনটো ৮ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ৮ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) বিশ্ব ৰেডিঅগ্ৰাফী দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৯৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ৰ’য়েণ্টজেনে ৰঞ্জন ৰশ্মি বা এক্স-ৰে’ আৱিষ্কাৰ কৰে।
(২) ১৯৪৪ চনৰ আজিৰ দিনটোতে চীনত অহা ভূমিকম্পত প্ৰায় ৯০০ লোকৰ মৃত্যু হয় ।
(৩) ১৯৪৫ চনৰ আজিৰ দিনটোতে হংকংত হোৱা নাঁও দুৰ্ঘটনাত ১৫০০ লোকৰ মৃত্যু হয়। 
(৪) ১৯৬৭ চনৰ আজিৰ দিনটোতে আমেৰিকাই নৌভাডাত এক পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল।
(৫) ১৯৯০ চনৰ আজিৰ দিনটোতে আইৰলেণ্ডেৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ।
(৬) ১৯৯২ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হোৱা এক প্ৰদৰ্শনত তিনি লাখ লোকে অংশগ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মানৱবিহীন মহাকাশ অভিযান চন্দ্ৰযান-১ চন্দ্ৰৰ কক্ষকক্ষলৈ প্ৰৱেশ কৰে ।
(২) ২০১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল আৰু ৫০০ আৰু ১০০০ নোটৰ প্ৰচলন বন্ধ কৰা হৈছিল।  তাৰ পিছত নতুন ২০০০ নোট জাৰী কৰা হৈছিল ৷



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১)  ১৬৫৬ চনৰ আজিৰ দিনটোত ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী এডমাণ্ড হেলীৰ জন্ম হৈছিল

(২) ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিখ্যাত কথক নৃত্যশিল্পী চিতাৰ দেৱীৰ জন্ম হৈছিল। 

(৩) ১৯২৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ লালকৃষ্ণ আদবানিৰ জন্ম হয় ৷



মৃত্যু : ----

(১) ১৬২৭ চনৰ আজিৰ দিনটোতে মোগল শাসক জাহাংগীৰৰ মৃত্যু হয় ।
১৬৬১ চনৰ আজিৰ দিনটোতে শিখ ধৰ্মগুৰু হৰ ৰায়ৰ মৃত্যু হৈছিল ৷








 

Post a Comment

Previous Post Next Post