ইতিহাসত আজিৰ দিনটো ৯ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ৯ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১)  ন্যায় সেৱা দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৮০ চনৰ আজিৰ দিনটোতে স্পেইনৰ সেনাই আয়াৰলেণ্ড ওপৰত আক্ৰমণ কৰে ।
(২) ১৯৫৩ চনৰ আজিৰ দিনটোতে কম্বোডিয়াই ফ্ৰান্সৰ পৰা  স্বাধীনতা লাভ  কৰছিল ৷
(৩) ১৯৮৯ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনত  মৃত্যুদণ্ড সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮২২ চনৰ আজিৰ দিনটোতে  দিল্লীত পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল।
(২) ২০০০ চনৰ আজিৰ দিনটোতে উত্তৰপ্ৰদেশৰ পৰা পৃথক কৰি  উত্তৰাখণ্ডক নতুন ৰাজ্য হিচাপে গঢ়ি তুলিছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৮ চনৰ আজিৰ দিনটোত গুৱাহাটীত শংকৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হয়।


জন্ম : ----

(১)  ১৮৭৭ চনৰ আজিৰ দিনটোত স্বাধীনতা সংগ্ৰামী উৰ্দু কবি মহম্মদ ইকবালৰ জন্ম হৈছিল



মৃত্যু : ----

(১) ২০০৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ মৃত্যু হয় ।
(২) ২০১১ চনৰ আজিৰ দিনটোতে ন’বেল বঁটা বিজয়ী ভাৰতৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী হৰগোবিন্দ খোৰানা মৃত্যু হয়। 








 

Post a Comment

Previous Post Next Post