ইতিহাসত আজিৰ দিনটো ১১ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ১১ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১)  ৰাষ্ট্ৰীয় শিক্ষা দিৱস ।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৮ চনৰ আজিৰ দিনটোতে পোলেণ্ড স্বাধীনতা ঘোষণা কৰে ৷
(২) ১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলাই পৰ্টুগালৰ পৰা স্বাধীনতা লাভ কৰে ।
(৩) ১৯৮২ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ সামৰিক মুখ্য কাৰ্যালয়ত গেছ বিস্ফোৰণত ৬০ জন লোকৰ নিহত হয় ।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫৬ চনৰ আজিৰ দিনটোতে ৰাজধানী চহৰ দিল্লী  কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয়।
(২) ১৯৬৬ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ পৰা পৃথক কৰি  হাৰিয়ানা ৰাজ্য গঠন কৰা হৈছিল।
(৩) ১৯৭৩ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত প্ৰথম আন্তৰ্জাতিক ডাকটিকট প্ৰদৰ্শনী আৰম্ভ কৰা হৈছিল।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৮৮৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী ভাৰতৰ প্ৰথমজন  শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম হয় । 
(২) ১৯২৪ চনৰ আজিৰ দিনটোতে ৰিৰ্জাভ বেংকৰ চতুৰ্দশ গবৰ্ণৰ আই জি পেটেলৰ জন্ম হয় ।
(৩) ১৯৩৬ চনৰ আজিৰ দিনটোতে হিন্দী ভাষাৰ এজন প্ৰখ্যাত সাহিত্যক কৈলাস বাজপেয়ীৰ জন্ম হয় । 
(৪) ১৯৫০ চনৰ আজিৰ দিনটোতে নাগালেণ্ডৰ নৱম মুখ্যমন্ত্ৰী নেফিঅ ৰিওৰ জন্ম হৈছিল ৷
(৬) ১৯৫৫ চনৰ আজিৰ দিনটোতে ভূটানৰ ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ জন্ম হয় ।



মৃত্যু : ----

(১) ১৯৬৬ চনৰ আজিৰ দিনটোতে  সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ মৃত্যু হয়। 









 

Post a Comment

Previous Post Next Post