ইতিহাসত আজিৰ দিনটো ১৯ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ১৯ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১)  বিশ্ব দৰ্শন দিৱস ৷
(২) বিশ্ব শৌচালয় দিৱস ।
(৩) বিশ্ব পুৰুষ দিৱস ৷
(৪) কৌমি একতা দিৱস ৷
(৫) বিশ্ব  নাগৰিক দিৱস ৷
(৬) সংহতি দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) 



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮২ চনৰ আজিৰ দিনটোতে   দিল্লীত নৱম এছিয়ান গেমছ আৰম্ভ হৈছিল।
(২) ১৯৮৬ চনৰ আজিৰ দিনটোতে পৰিৱেশ সুৰক্ষা আইন বলবৎ কৰা হৈছিল
(৩) ১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ ঐশ্বৰ্য ৰায়  মিছ ৱৰ্ল্ড ৰূপে নিৰ্বাচিত হৈছিল।
(৪) ১৯৯৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ভাৰউত্তোনক কৰনাম মলশ্বেৰীৱে ভাৰউত্তোনত বিশ্ব ৰেকৰ্ড গঢ়িছিল । 
(৫) ১৯৯৭ চনৰ আজিৰ দিনটোতে কল্পনা চাওলা মহাকাশলৈ  যাবলৈ সক্ষম হোৱা   প্ৰথম ভাৰতীয় মহিলাৰূপে পৰিগণিত হয় ।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৮৩৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী ৰাণী লক্ষ্মীবাঈৰ জন্ম হৈছিল ।
(২) ১৯১৭ চনৰ আজিৰ দিনটোত ভাৰতৰ প্ৰথমগৰাকী  মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম হৈছিল।
(৩) ১৯২২ চনৰ আজিৰ দিনটোত ভাৰতৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ সলিল চৌধুৰীৰ জন্ম হৈছিল।
(৪) ১৯২৮ চনৰ আজিৰ দিনটোতে  বিশ্ব বিখ্যাত মল্লযোদ্ধা আৰু হিন্দী ছবিৰ অভিনেতা দাৰা সিংৰ জন্ম হয়। 
(৫) ১৯৭৫ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথমগৰাকী মিছ ইউনিভাৰ্ছ সুস্মিতা সেনৰ জন্ম হৈছিল ।


মৃত্যু : ----

(১) 








 

Post a Comment

Previous Post Next Post