ইতিহাসত আজিৰ দিনটো ২০ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ২০ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) বিশ্ব শিশু অধিকাৰ দিৱস ৷
(২) সংখ্যালঘু কল্যাণ দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৬৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৱাশ্বিংটনত হাৰ্বাৰ্ট বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ৷
(২) ১৯১৭ চনৰ আজিৰ দিনটোতে ইউক্ৰেইন  ক গণৰাজ্য ঘোষণা কৰা হৈছিল।
(৩) ১৯৮৫ চনৰ আজিৰ দিনটোতে বিল গেটছে Windows 1  অপাৰেটিং চিষ্টেমৰ বজাৰত মুকলি কৰে।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) 



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৭৫০ চনৰ আজিৰ দিনটোতে মহীশূৰৰ চুলতান টিপু চুলতানৰ জন্ম হৈছিল।
(২) ১৯২৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় দৌৰবিদ মিলখা সিংৰ জন্ম হৈছিল 
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে অভিনেতা তুষাৰ কাপুৰৰ জন্ম হৈছিল ৷



মৃত্যু : ----

(১) ২০১৪ চনৰ আজিৰ দিনটহতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কবি নিৰ্মলা ঠাকুৰৰ মৃত্যু হয়। 








 

Post a Comment

Previous Post Next Post