ইতিহাসত আজিৰ দিনটো ২১ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ২১ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) বিশ্ব টেলিভিছন দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৬ চনত আজিৰ দিনটোতে চীনে আফিমৰ ব্যৱসায় কৰা বন্ধ কৰে।
(২) ১৯৮৬ চনৰ আজিৰ দিনটোতে মধ্য আফ্ৰিকান গণৰাজ্যই  সংবিধান গ্ৰহণ কৰে।
(৩) ২০০২ চনৰ আজিৰ দিনটোতে নাটোই বুলগেৰিয়া , এষ্টনিয়া, লাটভিয়া, লিথুৱানিয়া, ৰোমানিয়া, স্লোভাকিয়া আৰু স্লেভানিয়াক  সংগঠনটোৰ সদস্য হ'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪৭ চনৰ আজিৰ দিনটোতে স্বাধীনতাৰ পিছত দেশত প্ৰথম ডাক টিকট জাৰি কৰা হৈছিল।
(২) ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰত-চীন সীমা বিবাদ চলি থকা  সময়তে  চীনে  যুদ্ধবিৰতি ঘোষণা কৰিছিল।
(৩) ১৯৬৩ চনৰ আজিৰ দিনটোতে কেৰেলাৰ থুম্বাৰ পৰা ভাৰতি প্ৰথম মহাকাশ কাৰ্য্যসূচীৰ আৰম্ভণি ঘটাই ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৮৭২ চনৰ আজিৰ দিনটোতে কবি আৰু স্বাধীনতা সংগ্ৰামী কেশৰী সিং বাৰহাটাৰ জন্ম হয়। (২) ১৮৯৭ চনৰ আজিৰ দিনটোত সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম হৈছিল।
(৩) ১৯৩৯ চনৰ আজিৰ দিনটোতে সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক   আৰু উত্তৰ প্ৰদেশৰ   পূৰ্বৰ মুখ্যমন্ত্ৰী  মুলায়ম সিং যাদৱ জন্ম হয় ।
(৪) ১৯৪১ চনৰ আজিৰ দিনটোতে গুজৰাটৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী আনন্দিবেন পেটেলৰ জন্ম হয় ৷


মৃত্যু : ----

(১) ১৫৭১ চনৰ আজিৰ দিনটোতে দিল্লীৰ শাসক চিকন্দৰ লোডিৰ মৃত্যু হয়।
(২) ১৯৭০ চনৰ আজিৰ দিনটোতে ন’ৱেল বঁটা বিজয়ী  ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমণৰ  তেওঁৰ মৃত্যু হয়।








 

Post a Comment

Previous Post Next Post