ইতিহাসত আজিৰ দিনটো ৯ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ৯ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৬২৫ চনৰ আজিৰ দিনটোতে হলেণ্ড আৰু ইংলেণ্ড মাজত সৈন্য চুক্তি স্বাক্ষৰিত হয় ।
(২) ১৭৬২ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সংসদে পেৰিছ সন্ধি স্বীকাৰ কৰে ৷
(৩) ১৯৪১ চনৰ আজিৰ দিনটোতে চীনে  জাপান, জাৰ্মানী আৰু ইটালীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪৬ চনৰ আজিৰ দিনটোতে দেশৰ সৰ্বোচ্চ আইন নিৰ্ধাৰণকাৰী সংবিধান সভাৰ প্ৰথম সভা অনুষ্ঠিত হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৪৮৪ চনৰ আজিৰ দিনটোতে মহান কবি সুৰদাসৰ জন্ম হয় ।
(২) ১৮২৫ চনৰ  আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ এগৰাকী মুখ্য নেতা বীৰ তুলাৰামৰ জন্ম হৈছিল ।
(৩) ১৯৪৫ চনৰ আজিৰ দিনটোতে অভিনেতা আৰু ৰাজনীতিবিদ শত্ৰুঘ্ন  সিনহাৰ জন্ম হয় ।
(৪) ১৯৪৬ চনৰ আজিৰ দিনটোতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী জন্ম হৈছিল ৷


মৃত্যু : ----

(১) 




 

Post a Comment

Previous Post Next Post