ইতিহাসত আজিৰ দিনটো ৮ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ৮ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) দক্ষিণ এছিয় আঞ্চলিক সংগঠন দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯২৩ চনৰ আজিৰ দিনটোতে জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বন্ধুত্ব চুক্তি  স্বাক্ষৰিত হৈছিল।
(২) ১৯৪১ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু ব্ৰিটেইনে  জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
(৩) ১৯৫৬ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ মেলৰ্বনত ১৬তম  অলিম্পিক ক্ৰীড়াৰ সমাপ্ত হয়।
(৪) ১৯৭৪ চনৰ আজিৰ দিনটোতে আমেৰিকাই নৌভাডাত এক পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে ।
(৫) ২০০৪ চনৰ আজিৰ দিনটোতে পাকিস্তানে ৭০০ কিমি  দূৰত্ব নিক্ষেপ কৰিব পৰা  শ্বাহীন-১ মিছাইল সফলতাৰে পৰীক্ষা কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬৭ চনৰ আজিৰ দিনটোতে  চাবমেৰিন আই.এন.এছ. কালবৰীক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হয় ।
(২) ২০০৩ চনতৰ আজিৰ দিনটোতে উমা ভাৰতী  মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে  অধিষ্ঠিত হয় ।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ আধুনিক নৃত্যৰ জন্মদাতা নৃত্যশিল্পী আৰু নৃত্য পৰিচালক পণ্ডিত উদয় শংকৰৰ জন্ম হয়। 
(২) ১৯২৭ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ জন্ম হয় ।
(৩) ১৯৩৫  চনৰ আজিৰ দিনটোতে বলীউদৰ  এগৰাকী জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ জন্ম হয়।
(৪) ১৯৪৪ চনৰ আজিৰ দিনটোত অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ জন্ম হৈছিল।

মৃত্যু : ----

(১) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান বিপ্লৱী ভাই পৰমানন্দৰ মৃত্যু হয় ।
(২) ১৯৮০ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় গায়ক 
জন লেননৰ মৃত্যু হয়। 




 

Post a Comment

Previous Post Next Post