ইতিহাসত আজিৰ দিনটো ১৩ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ১৩ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১)

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৭৩৪ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত ব্যৱসায়ীক চুক্তি স্বাক্ষৰিত হয়। 
(২) ১৯৭৪ চনৰ আজিৰ দিনটোতে মাল্টা গণৰাজ্যৰূপে  পৰিণত হয়।
(৩) ১৯৮১ চনৰ আজিৰ দিনটোতে পোলেণ্ডত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
(৪) ১৯৯৬ চনৰ আজিৰ দিনটোতে কফি আন্নান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰূপে নিৰ্বাচিত হৈছিল।
(৫) ২০০২ চনৰ আজিৰ দিনটোতে ইজৰাইলে পেলেষ্টাইন অধিকৃত  গাজাত আক্ৰমণ কৰে।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯২১ চনৰ আজিৰ দিনটোতে  প্ৰিন্স অফ ৱেলছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়  উদ্বোধন কৰে ৷
(২) ২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংসদ ভৱনত সন্ত্ৰাবাদীয়ে আক্ৰমণ কৰিছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদ লক্ষ্মীচন্দ্ৰ জৈনৰ জন্ম হৈছিল। 
(২) ১৯৫৫ চনৰ আজিৰ দিনটোতে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰৰ জন্ম হৈছিল। 
(৩) ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনৰ জন্ম হৈছিল৷
(৪) ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজনীতিবিদ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন কিৰণ কুমাৰ ৰেড্ডী জন্ম হৈছিল ৷
(৫) ১৯৭৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেত্ৰী মহিমা চৌধুৰীৰ জন্ম হৈছিল ৷


মৃত্যু : ----

(১) ১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী স্মিতা পাটিলৰ মৃত্যু হৈছিল ।
(২) ২০১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ ২১তম মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰৰ মৃত্যু হৈছিল ।


বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৩ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post