ইতিহাসত আজিৰ দিনটো ১৪ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ১৪ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব শক্তি সংৰক্ষণ দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৯১৮ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনত মহিলাসকলে সাধাৰণ নিৰ্বাচন প্ৰথম ভোটদান কৰে ৷
(২) ১৯৮৩ চনৰ আজিৰ দিনটোতে বাংলাদেশত জেনেৰেল হুছেইন মহম্মদ  ইৰশাদে নিজকে বাংলাদেশৰ ৰাষ্ট্ৰপতিৰূপে  ঘোষণা কৰে।
(৩) ১৯৯৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ সকলো দেশে গ্ৰীন হাউচ গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ সন্মত হয়।
(৪) ২০০০ চনৰ আজিৰ দিনটোতে জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৪৩তম ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) 


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯২৪ চনৰ আজিৰ দিনটোতে  ভাৰতৰ বোলছবি জগতৰ এগৰাকী অভিনেতা ৰাজ কাপুৰৰ জন্ম হৈছিল।
(২) ১৯৩৪ চনত আজিৰ দিনটোতে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ জন্ম হৈছিল।
(৩) ১৯৪৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ সঞ্জয় গান্ধীৰ জন্ম হয়। 
(৪) ১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ জন্ম হৈছিল ৷ 

মৃত্যু : ----

(১) ১৭৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৰ্জ ৱাশ্বিংটনৰ মৃত্যু হয়। 
(২) ২০১৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী সুদক্ষ ফুটবলাৰ বাবুল ফুকনৰ মৃত্যু হয়। 


বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post