ইতিহাসত আজিৰ দিনটো ৩০ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ৩০ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৩১ চনৰ আজিৰ দিনটোতে বেইজিংত হোৱা ভূমিকম্পত ১০০০০০ লোকৰ মৃত্যু হয় ।
(২) ১৮৭২ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে  আন্তৰ্জাতিক ফুটবলৰ প্ৰথমখন  খেল অনুষ্ঠিত হৈছিল।  খেলখন ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল ।
(৩) ১৯৩৯ চনৰ আজিৰ দিনটোতে তৎকালীন ছোভিয়েট  ৰাছিয়াই   সীমা বিবাদকলৈ  ফিনলেণ্ড আক্ৰমণ কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০০ চনৰ আজিৰ দিনটোতে প্ৰিয়ংকা চোপ্ৰা   মিছ ৱৰ্ল্ডৰূপে নিৰ্বাচিত   হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫৬ চনৰ আজিৰ দিনটোতে ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’ অসমীয়া কথাছবিখনে মুক্তি লাভ কৰিছিল। 


জন্ম : ----

(১) ১৮৩৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ লেখক মাৰ্ক টোৱেইনৰ জন্ম হৈছিল ।
(২) ১৮৫৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্ভিদ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম হয় ।
(৩) ১৮৭৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ প্ৰধান মন্ত্ৰী তথা ৰাজনীতিবিদ  উইনষ্টন চাৰ্চিলৰ জন্ম হৈছিল  । 

মৃত্যু : ----

(১) ১৯০০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত লেখক অস্কাৰ ৱাইল্ডৰ মৃত্যু হয়। 
(২) ১৯৬৮ চনত আজিৰ দিনটোতে  অসমৰ এগৰাকী যশস্বী সাহিত্যিক জ্ঞাননাথ বৰাৰ মৃত্যু হয়। 
(৩) ২০০১ চনৰ আজিৰ দিনটোতে বিশ্ব বিখ্যাত পপ গায়ক জৰ্জ হেৰিচনৰ  মৃত্যু  হয়।
(৪) ২০১২ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰালৰ মৃত্যু হৈছিল।







 

Post a Comment

Previous Post Next Post