ইতিহাসত আজিৰ দিনটো ২৭ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ২৭ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক মহামাৰী প্ৰস্তুতি দিৱস(A/RES/75/27)

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৯৩৯ চনৰ আজিৰ দিনটোতে তুৰ্কীত হোৱা ভূমিকম্পত প্ৰায়ে ৪০,০০০ লোকৰ মৃত্যু হয়। 
(২) ১৯৪৫ চনৰ আজিৰ দিনটোতে ২৯ খন দেশক লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি গঠন কৰা হয় ৷
(৩) ১৯৬০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে পৰমাণু পৰীক্ষণ চলাই। 
(৪) ১৯৭২ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াত নতুন সংবিধান বলবৎ কৰা হয় ।
(৫) ১৯৭৯ চনৰ আজিৰ দিনটোতে ছোভিয়েট সেনাই আফগানিস্থান আক্ৰমণ কৰে ৷
(৬) ২০০০ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াত প্ৰাক-বৈবাহিক সম্পৰ্কৰ আইনে স্বীকৃতি লাভ কৰে 


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৬১ চনৰ আজিৰ দিনটোতে কলিকতাত  চাহৰ প্ৰথম ৰাজহুৱা নিলাম     অনুষ্ঠিত হৈছিল।
(২) ১৯১১ চনৰ আজিৰ দিনটোতে  ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা সন্মিলনত প্ৰথমবাৰ "জন গন মন" গোৱা হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯৬৫ চনৰ আজিৰ দিনটোত বলিউদৰ অভিনেতা অভিনেতা ছলমান খানৰ জন্ম হৈছিল।

মৃত্যু : ----

(১) ২০০৭ চনৰ আজিৰ দিনটোতে পাকিস্তানীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী  বেনাজিৰ ভট্টোৰ মৃত্যু হয়। 
(২) ২০০২ চনৰ আজিৰ দিনটোতে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু হৈছিল ৷
(৩) ২০১৩ চনৰ আজিৰ দিনটোতে বলীউডৰ প্ৰখ্যাত অভিনেতা ফাৰুখ শেখৰ মৃত্যু হৈছিল।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post