ইতিহাসত আজিৰ দিনটো ২২ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ২২ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় গণিত দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৯১০ চনৰ আজিৰ দিনটোতে  আমেৰিকাত প্ৰথম  ডাক সঞ্চয় পত্ৰ জাৰি কৰা হৈছিল ।
(২) ১৯৪৭ চনৰ আজিৰ দিনটোতে ইটালীৰ সংসদত   নতুন সংবিধান গ্ৰহণ কৰা হয়।
(৩) ১৯৭১ চনৰ আজিৰ দিনটোতে ছোভিয়েট সংঘই মাটিৰ তলত পৰমাণু পৰীক্ষণ চলাই। 
(৪) ১৯৭২ চনৰ আজিৰ দিনটোতে  নিকাৰাগুৱাৰ ৰাজধানী মানাগুৱাত ৬.২৫ প্ৰাবল্যৰ এক  ভূমিকম্পত বাৰ হাজাৰৰ অধিক লোক নিহত হৈছিল।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৫১ চনৰ আজিৰ দিনটোতে  দেশৰ প্ৰথমখন মালবাহী ট্ৰেইন ৰুকিৰ পৰা  চলিছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৬৬৬ চনৰ আজিৰ দিনটোতে শিখসকলৰ দশম আৰু শেষ গুৰু গুৰু গোবিন্দ সিঙৰ জন্ম হৈছিল ।
(২) ১৮৮৭ চনৰ আজিৰ দিনটোতে গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল। 
(৩) ১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱা জন্ম হয়। 
(৪) ১৯৫৩ চনৰ আজিৰ দিনটোতে  গুৰু ৰামকৃষ্ণ পৰমহংসৰ পত্নী আৰু আধ্যাত্মিক সংগী শাৰদা দেৱীৰ জন্ম হৈছিল।

মৃত্যু : ----

(১) ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বিপ্লৱী তাৰাকানাথ দাসৰ মৃত্যু হয় ৷
(২) ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ সংগীতজ্ঞ বসন্ত  দেসাইৰ মৃত্যু হয় ।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post