ইতিহাসত আজিৰ দিনটো ২১ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ২১ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৭৮৪ চনৰ আজিৰ দিনটোতে জন জঅ আমেৰিকাৰ প্ৰথম বিদেশমন্ত্ৰী ৰূপে অধিষ্ঠিত হয়।
(২) ১৮৯৮ চনৰ আজিৰ দিনটোতে মেৰী কুৰী আৰু তেওঁৰ স্বামী  পিয়েৰ কুৰীয়ে  ৰেডিয়াম আৱিষ্কাৰ কৰে।
(৩) ১৯২১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ধৰ্ণা প্ৰদৰ্শন  আৰু কাম বন্ধ কৰাটো অসংবিধানিক বুলি ঘোষণা কৰে।
(৪) ১৯২৩ চনৰ আজিৰ দিনটোতে নেপালে ব্ৰিটেইনৰ সংৰক্ষিত ৰাজ্যৰ পৰা মুক্ত হৈ  এক সম্পূৰ্ণ স্বাধীন দেশ হয় ।
(৫) ১৯৩৭ চনৰ আজিৰ দিনটোতে ৰঙীন চিত্ৰ আৰু কণ্ঠ সম্বলিত কাৰ্টুন ছবি ডিজনীচ স্ন হোৱাইটৰ  প্ৰথম   প্ৰদৰ্শন কৰা হৈছিল।
(৬) ১৯৭৫ চনৰ আজিৰ দিনটোতে মাদাগাস্কাৰ সংবিধান বলবৎ হৈছিল।
(৭) ১৯৯৮ চনৰ আজিৰ দিনটোতে নেপালৰ প্ৰধান মন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালাই পদৰ পৰা ইস্তফা দিয়ে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেতা গোবিন্দাৰ জন্ম হৈছিল ।
(২) ১৯৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেত্ৰী তমন্না ভাটিয়াৰ জন্ম হৈছিল ৷


মৃত্যু : ----

(১) ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী বৈজ্ঞানিক পি কে আয়েংগাৰৰ  মৃত্যু হৈছিল ।
(২) ২০১৮ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ মৃত্যু হয় ।




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post