ইতিহাসত আজিৰ দিনটো ২০ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ২০ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক মানৱ একতা দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৮৭৯ চনৰ আজিৰ দিনটোত টমাছ আলভা এডিচনে বৈদ্যুতিক চাকিৰ প্ৰথম নমুনা ৰাজহুৱা ভাৱে প্ৰকাশ কৰে।
(২) ১৭৮০ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে হলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।
(৩) ১৯২৪ চনৰ আজিৰ দিনটোতে  জাৰ্মানী  এডলফ হিটলাৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৫৭ চনৰ আজিৰ দিনটোতে   ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ হয় ৷
(২) ১৮৭৯ চনৰ আজিৰ দিনটোতে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম্‌ ৰচনা কৰে  ।
(৩) ১৯৫৫ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান গল্ফ এছ'চিয়েচন গঠন কৰা হয় ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) 


মৃত্যু : ----

(১) 




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post