ইতিহাসত আজিৰ দিনটো ১৫ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ১৫ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ২০০০ চনৰ আজিৰ দিনটোতে  অষ্ট্ৰেলিয়াৰ ছিডনি ২৭তম অলিম্পিক ক্ৰীড়া আৰম্ভণি হৈছিল৷
(২) ২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ  চিনেটে ৰাষ্ট্ৰপতিক আফগানিস্তানৰ ওপৰত সামৰিক পদক্ষেপৰ বাবে অনুমোদন প্ৰদান কৰে ।
(৩) ১৯৬৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ গংগা নদীৰ পাৰত হোৱা ঘুৰ্ণীবতাহত ১৫,০০০ লোক  নিহত হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮০৩ চনৰ আজিৰ দিনটোতে  ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উৰিষ্যা দখল কৰিছিল।
(২) ১৯১১ চনৰ আজিৰ দিনটোতে বেনাৰস হিন্দু বিশ্ববিদ্যালয় সমিতি  স্থাপন কৰা হৈছিল।
(৩) ১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এছ বিজয়লক্ষ্মী পণ্ডিত  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অষ্টম অধিবেশনৰ প্ৰথম মহিলা অধ্যক্ষ নিৰ্বাচিত হৈছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৭৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ঔপন্যাসিক   শৰৎ চন্দ্ৰ   চট্টোপাধ্যায় জন্ম হয় ।
(২) ১৯০৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত হিন্দী ভাষাৰ সাহিত্যিক ৰাজকুমাৰ বাৰ্মাৰ জন্ম হয় ৷
(৩) ১৯৭৬ চনৰ আজিৰ দিনটোতে দেশৰ এগৰাকী মহান খেলুৱৈ বাইচুং ভূটীয়াৰ জন্ম হৈছিল। 


মৃত্যু : ----

(১)  ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিল ৷



বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post