ইতিহাসত আজিৰ দিনটো ১৬ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ১৬ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিজয় দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৭০৭ চনৰ আজিৰ দিনটোতে অন্তিমবাৰৰ বাবে  জাপানৰ মাউণ্ট ফুজি পৰ্বতত আগ্নেয়গিৰিৰ উদগীৰণ হৈছিল।
(২) ১৯২০ চনৰ আজিৰ দিনটোতে চীনত অহা ভূমিকম্পত এক লাখৰো অধিক লোকৰ মৃত্যু হৈছিল ৷
(৩) ১৯২৭ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ বেটছমেন ছাৰ ডন ব্ৰেডমেনে  প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ আৰম্ভণি কৰিছিল। খেলখন নিউ চাউথ ৱেলছ আৰু দক্ষিণ অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল ৷
(৪) ১৯৬০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিউয়ৰ্ক চহৰত দুখন  বিমানৰ মাজত হোৱা সংঘৰ্ষত ১৩৬ জন লোক নিহত হৈছিল।
(৫) ১৯৭১ চনৰ আজিৰ দিনটোতে এক স্বাধীন দেশ হিচাপে  বাংলাদেশৰ জন্ম হৈছিল ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৩ চনৰ আজিৰ দিনটোতে  নতুন দিল্লীত 'সকলোৰ বাবে শিক্ষা' শীৰ্ষক সন্মিলন আৰম্ভ হয়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৭২ চনৰ এই দিনটোতে অসমৰ  এগৰাকী সাহিত্যিক, বুৰঞ্জীবিদ, অসম চৰকাৰৰ মন্ত্ৰী কনকলাল বৰুৱাৰ জন্ম হৈছিল।


মৃত্যু : ----

(১) ১৯৩৯ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হয়।




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post