ইতিহাসত আজিৰ দিনটো ২৪ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ২৪ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় উপভোক্তা দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৯৫৪ চনৰ আজিৰ দিনটোতে দক্ষিণ পূৰ্ব এছিয়াৰ এখন দেশ লাওছে স্বাধীনতা লাভ কৰে ।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৯৪  চনৰ আজিৰ দিনটোতে  কলকাতাত  প্ৰথম চিকিৎসা সন্মিলন অনুষ্ঠিত হৈছিল ৷
(২) ১৯২১ চনৰ আজিৰ দিনটোতে  ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্ব ভাৰতী বিশ্ববিদ্যালয় স্থাপন কৰিছিল ।
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে  ভাৰতৰ সংসদত উপভোক্তা সুৰক্ষা আইন পাছ কৰা হৈছিল। সেয়েহে, ২৪ ডিচেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস হিচাপে পালন কৰা হয়।
(৪) ২০০০ চনৰ আজিৰ দেনটোতে বিশ্বনাথন আনন্দ বিশ্ব দবা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত বিজয়ী হয়।
(৫) ২০০২ চনৰ আজিৰ দিনটোতে দিল্লীত মেট্ৰ ৰেল সেৱাৰ আৰম্ভণি কৰা হয়।
(৬) ২০১৪ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপায়ী আৰু মদন মোহন মালৱীয়ক ভাৰত ৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছিল।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯২৪ চনৰ আজিৰ দিনটোত ভাৰতৰ এগৰাকী জনপ্ৰিয় গায়ক মহম্মদ ৰফিৰ জন্ম হৈছিল।
(২) ১৯৪২ চনৰ আজিৰ দিনটোত অসমৰ এগৰাকী অভিনেতা ইন্দ্ৰ বণিয়াৰ জন্ম হৈছিল।
(৩) ১৯৫৬ চনৰ আজিৰ দিনটোতে অভিনেতা অনিল কাপুৰৰ জন্ম হয়। 

মৃত্যু : ----

(১) ১৫২৪ চনৰ আজিৰ দিনটোতে পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী ভাস্কো দা গামাৰ মৃত্যু হয়  । 
(২) ১৯৭৭ চনৰ আজিৰ দিনটোতে অসমৰ  এগৰাকী কবি আৰু লেখিকা, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি নলিনীবালা দেৱীৰ মৃত্যু হয় ৷






বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post