ইতিহাসত আজিৰ দিনটো ২৬ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ২৬ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৭৪৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্স আৰু অষ্ট্ৰিয়া মাজত দক্ষিণ হলেণ্ডলক লৈ  এক চুক্তি স্বাক্ষৰিত হৈছিল।
(২) ২০০৪ চনৰ আজিৰ দিনটোতে ভাৰত মহাসাগৰত ৯.১৫ প্ৰাবল্যৰ ভূমিকম্পই সৃষ্টি কৰা  চুনামীৰ ফলত  প্ৰায় দুই লাখ পঞ্চাশ হাজাৰ  লোকৰ মৃত্যু হৈছিল। এই চুনামীত ভাৰত, শ্ৰীলংকা আৰু ইণ্ডোনেছিয়াকে ধৰি কেইবাটাও দেশৰ লোক নিহত হৈছিল।
(৩) ২০০৬ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া তাৰকা বলাৰ শ্বেন ৱাৰ্ণে আন্তৰ্জাতিক টেষ্ট ক্ৰিকেটত ৭০০ টা উইকেট দখলৰে  ইতিহাস সৃষ্টি কৰিছিল।
(৪) ২০১২ চনৰ আজিৰ দিনটোতে চীনৰ ৰাজধানী বেইজিংৰ পৰা গোৱাংঝৌ চহৰলৈ নিৰ্মিত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম উচ্চ গতিৰ ৰে'ললাইন খোলা হৈছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠা কৰা হৈছিল ৷
(২) ১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী ইণ্ডিৰা গান্ধী জেলৰ পৰা মুক্তি লাভ কৰে ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৬৬৬ চনৰ আজিৰ দিনটোতে শিখ সকলৰ দশম গুৰু গোবিন্দ সিংৰ জন্ম হৈছিল। 
(২) ১৭১৬ চনৰ আজিৰ দিনটোতে   ১৮শ শতিকাৰ বিখ্যাত ইংৰাজী কবিসকলৰ এজন থমাছ গ্ৰেৰ জন্ম হৈছিল ৷
(৩)১৮৯৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী  অমৰ শ্বহীদ উধম সিংৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৫৩০ চনৰ আজিৰ দিনটোতে মোগল শাসক বাবৰৰ মৃত্যু হয় ।
(২) ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মা মৃত্যু হৈছিল ।




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৪ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post