ইতিহাসত আজিৰ দিনটো ৩১ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ৩১ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৭৮১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম বেংক "বেংক  অফ নৰ্থ আমেৰিকা' খোলা হৈছে।
(২) ১৯৪৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত, হাংগেৰীয়ে জাৰ্মানী বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
(৩) ১৯৪৯ চনৰ আজিৰ দিনটোতে বিশ্বৰ ১৮ খন দেশে ইণ্ডোনেছিয়াক স্বীকৃতি প্ৰদান কৰিছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮৪ চনৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়  ।
(২) ১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয়  ক্ৰিকেট দলৰ এগৰাকী অধিনায়ক  মহম্মদ আজাহাৰউদ্দিন ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচ খেলি আন্তৰ্জাতিক ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰে ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক শ্ৰীলাল শুক্লাৰ জন্ম হয় ৷


মৃত্যু : ----

(১) ১৯৫৬ চনৰ আজিৰ দিনটোতে মধ্য প্রদেশৰ প্ৰথম মুখ্যমন্ত্ৰী পণ্ডিত ৰবি শংকৰ শুক্লাৰ দিল্লীত মৃত্যু হয়।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৩১ ডিচেম্বৰৰ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post