অসমৰ বিধানসভাৰ সমষ্টিসমুহৰ তালিকা ৷


অসমৰ বিধানসভাৰ সমষ্টিসমুহৰ তালিকা ৷



আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?
মহৎলোকৰ বাণী

   অসমৰ বিধানসভাৰৰ সমষ্টিসমুহ লোকসভাৰ সমষ্টিসহ তলৰ তালিকাত দিয়া হৈছে ৷

(১)কৰিমগঞ্জ(অনুঃ জাতি)
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
ৰাতাবাৰী অনুঃ জাতি
পাথাৰকাণ্ডি
কৰিমগঞ্জ উত্তৰ
কৰিমগঞ্জ দক্ষিণ
বদৰপুৰ
হাইলাকান্দি
কটলীছেৰা
আলগাপুৰ

(২) শিলচৰ
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
শিলচৰ
১০ সোণাই
১১ ধলাই অনুঃ জাতি
১২ উদৰবন্দ
১৩ লখিপুৰ
১৪ বৰখোলা
১৫ কাটিগড়া

(৩) স্বায়ত্ত্বশাসিত জিলা(অনুঃ জনজাতি)
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
১৬ হাফলং অনুঃ জনজাতি
১৭ বোকাজান অনুঃ জনজাতি
১৮ হাওৰাঘাট
১৯ ডিফু অনুঃ জনজাতি
২০ বৈঠালাংছু অনুঃ জনজাতি

(৪) ধুবুৰী
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
২১ মানকাচৰ
২২ শালমৰা দক্ষিণ 
২৩ ধুবুৰী
২৪ গৌৰীপুৰ
২৫ গোলকগঞ্জ
২৬ বিলাসীপাৰা পশ্চিম
২৭ বিলাসীপাৰা পূব
৩৭ গোৱালপাৰা পূব
৩৮ গোৱালপাৰা পশ্চিম
৩৯ জলেশ্বৰ


(৫)কোকোৰাঝাৰ
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
২৮ গোসাইগাঁও
২৯ কোকোৰাঝাৰ পশ্চিম অনুঃ জনজাতি
৩০ কোকোৰাঝাৰ পূব অনুঃ জনজাতি
৩১ ছিডলী অনুঃ জনজাতি
৩৩ বিজনী
৪০ সৰভোগ
৪১ ভৱানীপুৰ
৫৮ তামোলপুৰ
৬২ বৰমা অনুঃ জনজাতি
৬৩ চাপাগুৰি অনুঃ জনজাতি

(৬) বৰপেটা
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৩২ বঙাইগাঁও
৩৪ অভয়াপুৰী উত্তৰ
৩৫ অভয়াপুৰী দক্ষিণ 
৪২ পাটছাৰকুছি
৪৩ বৰপেটা
৪৪ জনীয়া
৪৫ বাঘবৰ
৪৬ সৰুক্ষেত্ৰী
৪৭ চেঙা
৬১ ধৰ্মপুৰ

(৭) গুৱাহাটী
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৩৬ দুধনৈ অনুঃ জনজাতি
৪৮ বকো অনুঃ জনজাতি
৪৯ ছয়গাঁও
৫০ পলাশবাৰী
৫১ জালুকবাৰী
৫২ দিছপুৰ
৫৩ গুৱাহাটী পূব
৫৪ গুৱাহাটী পশ্চিম
৫৫ হাজো
৬০ বৰক্ষেত্ৰী
 
(৮) মঙলদৈ
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৫৬ কমলপুৰ
৫৭ ৰঙিয়া
৫৯ নলবাৰী
৬৪ পানেৰী
৬৫ কলাইগাঁও
৬৬ ছিপাঝাৰ
৬৭ মঙ্গলদৈ অনুঃ জনজাতি
৬৮ দলগাঁও
৬৯ ওদালগুৰি অনুঃ জনজাতি
৭০ মাজবাট
 
(৯) তেজপুৰ
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৭১ ঢেকীয়াজুলি
৭২ বৰচলা
৭৩ তেজপুৰ
৭৪ ৰঙাপাৰা
৭৫ চতিয়া
৭৬ বিশ্বনাথ
৭৭ বিহালী
৭৮ গহপুৰ
১০৯ বিহপুৰীয়া

(১০) নগাঁও
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৭৯ জাগীৰোড অনুঃ জনজাতি
৮০ মৰিগাঁও
৮১ লাহৰীঘাট
৮২ ৰহা অনুঃ জনজাতি
৮৬ নগাঁও
৮৭ বঢ়মপুৰ
৯০ যমুনামুখ
৯১ হোজাই
৯২ লামডিং
 
(১১) কলিয়াবৰ
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৮৩ ধিং
৮৪ বটদ্ৰৱা
৮৫ ৰূপহীহাট
৮৮ চামগুৰি
৮৯ কলিয়াবৰ
৯৩ বোকাখাট
৯৪ সৰুপথাৰ
৯৫ গোলাঘাট
৯৬ খুমটাই
৯৭ ডেৰগাঁও অনুঃ জাতি

(১২) যোৰহাট
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৯৮ যোৰহাট
১০০ তিতাবৰ
১০১ মৰিয়নি
১০২ টিয়ক
১০৩ আমগুৰি
১০৪ নাজিৰা
১০৫ মাহমৰা
১০৬ সোণাৰি
১০৭ থাওৰা
১০৮ শিৱসাগৰ

(১৩) ডিব্ৰুগড়
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
১১৫ মৰাণ
১১৬ ডিব্ৰুগড়
১১৭ লাহোৱাল
১১৮ দুলিয়াজান
১১৯ টিংখাং
১২০ নাহৰকটীয়া
১২২ তিনিচুকীয়া
১২৩ ডিগবৈ
১২৪ মাৰ্ঘেৰিটা
 
(১৪) লক্ষিমপুৰ
ক্ৰমিক নং সমষ্টি সংৰক্ষণ
৯৯ মাজুলী অনুঃ জনজাতি
১১০ নাওবৈচা
১১১ লক্ষিমপুৰ
১১২ ঢকুৱাখানা অনুঃ জনজাতি
১১৩ ধেমাজী অনুঃ জনজাতি
১১৪ জোনাই অনুঃ জনজাতি
১২১ চাবুৱা
১২৫ ডুমডুমা
১২৬ শদিয়া

Post a Comment

Previous Post Next Post