অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা

 অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা




আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?


     অসমৰ লোকসভাৰ সমষ্টিৰ সংখ্যা হৈছে ১৪ টা। তলত সমষ্টিৰ তালিকা দিয়া হৈছে ৷




ক্ৰমিক নং সমষ্টি সংৰক্ষণ
কৰিমগঞ্জ অনুঃ জাতি
শিলচৰ
স্বায়ত্ত্ব শাসিত জিলা অনুঃ জনজাতি
ধুবুৰী
কোকৰাঝাৰ অনুঃ জাতি
বৰপেটা
গুৱাহাটী
মঙলদৈ
তেজপুৰ
১০ নগাঁও
১১ কলিয়াবৰ
১২ যোৰহাট
১৩ ডিব্ৰুগড়
১৪ লক্ষিমপুৰ

Post a Comment

Previous Post Next Post