ইতিহাসত আজিৰ দিনটো ৪ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৪ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব ব্রেইলী(লিপি) দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক এক উইকেটত  পৰাস্ত কৰি প্ৰথম খন ষ্টেট ক্ৰিকেটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।
(২) ১৯৪৮ চনৰ আজিৰ দিনটোতে বাৰ্মাই (এতিয়া ম্যানমাৰ)  ব্ৰিটেইনৰ পৰা স্বাধীনতা ঘোষণা কৰে।
(৩) ১৯৬২ চনৰ আজিৰ দিনটোতেআমেৰিকাৰ নিউয়ৰ্ক চহৰত প্ৰথমখন স্বয়ংচালিত  মেট্ৰ ট্ৰেইনে চলাচল কৰিছিল ৷
(৪) ১৯৯০ চনৰ আজিৰ দিনটোতে পাকিস্তানীত দুখন ট্ৰেইলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত প্ৰায় ৩০৭ জন নিহত আৰু তাৰ দুগুণ লোক আহত হৈছিল ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯০৬ চনৰ আজিৰ দিনটোতে কলকাতাত ৰজা জৰ্জ পঞ্চমে ভিক্টোৰিয়া মেমৰিয়েল হলৰ আধাৰশিলা স্থাপন কৰিছিল ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৬৪৩ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত ইংৰাজ পদাৰ্থ বিজ্ঞানী ছাৰ আইজাক নিউটন জন্ম হৈছিল 
(২) ১৮০৯ আজিৰ দিনটোতে  অন্ধ লোকৰ  লোকসকলৰ বাবে ব্ৰেইল লিপিৰ আৱিষ্কাৰ কৰা বিখ্যাত ব্যক্তি লুইছ ব্ৰেইলৰ জন্ম হয়। 
(৩) ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেতা প্ৰদীপ কুমাৰৰ জন্ম হয় ৷
(৪) ১৯৫২ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৪৩তম মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ জন্ম হৈছিল। 


মৃত্যু : ----

(১) ১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ ৰাহুল দেব বৰ্মনৰ মৃত্যু হৈছিল ।
(২) ২০১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৩৮তম মুখ্য ন্যায়াধীশ এছ এছ কাপাঢ়িয়াৰ মৃত্যু হয়।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৪ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post