ইতিহাসত আজিৰ দিনটো ১ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্বজনীন পৰিয়াল দিৱস
(২) জনতাৰ দিন ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৯৪৮ চনৰ আজিৰ দিনটোতে ইটালীৰ সংবিধান গ্ৰহণ কৰা হয়। 
(২) ১৯৫৫ চনৰ আজিৰ দিনটোতে ভুটানে প্ৰথমটো ডাক টিকট মুকলি কৰে। 
(৩) ১৯৫৬ চনৰ আজিৰ দিনটোতে  চুদান এক স্বাধীন গণৰাজ্যত পৰিণত হয়।
(৪) ১৯৯৫ চনৰ আজিৰ দিনটোতে বিশ্ব বাণিজ্য সংস্থাৰ জন্ম হয় ৷
(৫) ১৯৯৬ চনৰ আজিৰ দিনটোতে ছিংগাপুৰ জাপানৰ পিছতে  এছিয়াৰ দ্বিতীয় বিকশিত দেশ হিচাপে পৰিণত হয়।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬৬৪ চনৰ আজিৰ দিনটোতে ছত্ৰপতি শিৱাজীৱে চুৰাট অভিযান আৰম্ভ কৰিছিল।
(২) ১৮৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় দণ্ড বিধি  কাৰ্য্যকৰী ৰূপত প্ৰচলন কৰা হয়। 
(৩) ১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতত মনি অডাৰ পদ্ধতি আৰম্ভ হয়। 
(৪) ১৯৭১ চনৰ আজিৰ দিনটোতে টেলিভিছনত চিগাৰেটৰ বিজ্ঞাপন সম্প্ৰচাৰ নিষিদ্ধ কৰা হয়। 
(৫) ১৯৭২ চনৰ আজিৰ দিনটোতে বাঘক ভাৰতৰ  ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰা হৈছিল।
(৬) ২০০১ চনৰ আজিৰ দিনটোতে কেলকাতা (Calcutta) নাম পৰিবৰ্তন কৰি কলকাতা ( Kolkata) কৰা হয়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯৩৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ ওঁম প্ৰকাশ চৌতালাৰ জন্ম হৈছিল ৷
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেতা নানা পাটেকৰ জন্ম হয় ।
(৩) ১৯৬১ চনৰ আজিৰ দিনটোতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিংৰ জন্ম হয়। 
(৪) ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেত্ৰী বিদ্যা বালানৰ জন্ম হৈছিল ।


মৃত্যু : ----

(১) ১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত বৈজ্ঞানিক শান্তি স্বৰূপ ভাটনগৰ মৃত্যু হয় ।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post