ইতিহাসত আজিৰ দিনটো ৮ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৮ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আফ্ৰিকান নেচনেল কংগ্ৰেছ  প্ৰতিষ্ঠা দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৯০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে প্ৰথমবাৰৰ বাবে  ৰাষ্ট্ৰক সম্বোধিত কৰে ৷
(২) ১৯১২ চনৰ আজিৰ দিনটোতে আফ্ৰিকীয় জাতীয় কংগ্ৰেছৰ  প্ৰতিষ্ঠা হয় ।
(৩) ১৯৭৩ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ মহাকাশ অভিযান লুনা -২১  উৎক্ষেপন কৰা  হয়।
(৪) ১৯২৯ চনৰ আজিৰ দিনবোতে নেডাৰলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথম টেলিফোনিক সংযোগ স্থাপন কৰা হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১০২৬ চনৰ আজিৰ দিনটোতে চুলতান মহম্মদে সোমনাথ মন্দিৰ লুট  কৰি ধ্বংস কৰে।
(২) ১৯৯৭ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধী আন্তৰ্জাতিক হিন্দী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৮৭২ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা হেমচন্দ্ৰ গোস্বামী  জন্ম হৈছিল ।
(২) ১৯০৯ চনত আজিৰ দিনটোতে ঔপন্যাসিকা আশাপূৰ্ণা দেৱীৰ জন্ম হৈছিল।
(৩) ১৯৩৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী নন্দাৰ জন্ম হয় ।
(৪) ১৯৪২ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত  পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিংৰ জন্ম হৈছিল ।
(৫) ১৯৮৪ চনৰ আজিৰ দিনটোতে  উত্তৰ কোৰিয়াৰ ত নেতা কিম জং উনৰ জন্ম হৈছিল ।


মৃত্যু : ----

(১) ১৬৪২ চনৰ আজিৰ দিনটোতে বিখ্যাত জ্যোতিৰ্বিদ গেলিলিঅ' গেলিলি মৃত্যু হৈছিল ৷
(২) ১৯৫৫ চনৰ আজিৰ দিনটোতে স্বাধীনতাৰ আগত  অসম প্ৰদেশৰ প্ৰথম  মুখ্যমন্ত্ৰী(তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) ছাৰ চৈয়দ মহম্মদ ছাদুল্লা মৃত্যু হৈছিল  ৷ 
(৩) ১৯৮৪ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় মহিলা পাইলট সুৰমা মুখপাধ্যায়ৰ মৃত্যু  হৈছিল।




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৮ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post