ইতিহাসত আজিৰ দিনটো ৭ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৭ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৫৩ চনৰ আজিৰ দিনটোতে মাৰ্কিন ৰাষ্ট্ৰপতি হেনৰী টুমনে  হাইড্ৰজেন বোমা নিৰ্মাণৰ কথা ঘোষণা কৰে।
(২) ১৯৯৯ চনৰ আজিৰ দিনটোতে মাৰ্কিন ৰাষ্ট্ৰপতি বিল ক্লিনটন বিৰুদ্ধে মহাঅভিযোগ প্ৰক্ৰিয়া চিনেটত আৰম্ভ কৰা হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮০ চনৰ আজিৰ দিনটোতে ইণ্ডিৰা গান্ধী বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিছিল।
(২) ২০০৩ চনৰ আজিৰ দিনটোতে জাপানে বিকাশৰ কামত বাবে  ভাৰতলৈ 90 নিযুত ডলাৰ  সাহায্য ঘোষণা কৰে।
(৩) ২০০৯  চনৰ আজিৰ দিনটোতে  IT কোম্পানী সত্যমৰ অধ্যক্ষ ৰামলিংগম  ৰাজুৱে তেওঁৰ পদৰ ইস্তফা দিয়ে ৷



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯৫০ চনৰ আজিৰ দিনটোতে   বলীউদৰ প্ৰখ্যাত কৌতুক অভিনেতা। জনী লিভাৰ জন্ম হৈছিল ৷
(২) ১৯৬১ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী সুপ্ৰিয়া পাঠকৰ জন্ম হৈছিল ৷
(৩) ১৯৭৯ চনৰ আজিৰ দিনটোতে বলীউদৰ এগৰাকী অভিনেত্ৰী বিপাশা বসু জন্ম হৈছিল। 

মৃত্যু : ----

(১) ১৯৪৩ চনত আজিৰ দিনটোতে  ৱাই-ফাইৰ জনক আমেৰিকান  বিখ্যাত উদ্ভাৱন নিক’লা টেছলাৰ মৃত্যু হয়।
(২) ১৯৬৬ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ মহান চলচ্চিত্ৰ পৰিচালক বিমাল ৰায়ৰ  মৃত্যু হয়।
(৩) ২০১৬ চনৰ আজিৰ দিনটোতে  অসমৰ এগৰাকী প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ ড° গুণাৰাম খনিকৰ মৃত্যু হৈছিল ৷





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৭ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post