ইতিহাসত আজিৰ দিনটো ৫ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৫ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৯ চনৰ আজিৰ দিনটোতে পানামাই কলম্বিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
(২) ১৯৭০ চনৰ আজিৰ দিনটোতে চীনৰ যুনানত ৭.৭ ৰিখটাৰ স্কেলত অহা ভূমিকম্পত ১৫০০০ লোকৰ মৃত্যু হয় ।
(৩) ১৯৭১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ অনুষ্ঠিত হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫৭ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় বিক্ৰী কৰ আইন কাৰ্যকৰী হয় ৷
(২) ২০০৯ চনৰ আজিৰ দিনটোতে  নেচলেন কনফাৰেন্স সভাপতি ওমৰ আবদুল্লাহই জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
(৩) ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় যোগাযোগ উপগ্ৰহ GSAT-14 সফলতাৰে কক্ষপথত স্থাপন কৰা হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৫৯২ চনৰ আজিৰ দিনটোটে  মোগল শাসক শ্বাহজাহানৰ লাহোৰত  জন্ম  হৈছিল।
(২) ১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিৰ এজন  নেতা মুৰলি মনোহৰ যোশীৰ জন্ম হৈছিল ৷
(৩) ১৯৪১ চনৰ আজিৰ দিনটোতে   ক্ৰিকেটাৰ মনছুৰ আলী খান পাটাউৰিৰ জন্ম হৈছিল।
(৪) ১৯৫৫ চনৰ আজিৰ দিনটোতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী  কলকাতাত মমতা বেনাৰ্জীৰ  জন্ম হৈছিল ।
(৫) ১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী দিপিকা পাডুকানৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) 





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৫ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post