ইতিহাসত আজিৰ দিনটো ৬ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৬ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) যুদ্ধত অনাথ সকলৰ আন্তৰ্জাতিক দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৩৮ চনৰ আজিৰ দিনটোতে  চেমুৱেল মৰ্চিয়ে প্ৰথমে টেলিগ্ৰাফ প্ৰযুক্তি বিশ্বৰ আগত দাঙি ধৰিছিল, যিটো ভৱিষ্যতে দূৰসংযোগৰ ক্ষেত্ৰত মাইলৰ খুটি বুলি প্ৰমাণিত হৈছিল।
(২) ১৯১৮ চনৰ আজিৰ দিনটোতে জাৰ্মানীয়ে ফিনলেণ্ডৰ স্বাধীনতাক স্বীকৃতি দিয়ে।
(৩) ১৯৪৬ চনৰ আজিৰ দিনটোতে ভিয়েটনামত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল।
(৪) ১৯৫০ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে চীনৰ কমিউনিষ্ট চৰকাৰক স্বীকৃতি দিছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯২৯ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছা  ভাৰতত ৰোগী আৰু দৰিদ্ৰ লোকক সেৱা কৰিবলৈ কলকাতালৈ আহিছিল 
(২) ১৯৮৯ চনৰ আজিৰ দিনটোতে ইণ্ডিৰা গান্ধীৰ  মৃত্যুৰ দুই অভিযুক্ত সতৱন্ত সিং আৰু কেহাৰ সিঙৰ ওপৰত ফাচী দিয়া  হৈছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৮৮৩ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত কবি খলিল জিব্রানৰ জন্ম হৈছিল ৷
(২) ১৯২৮  চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী নাট্যকাৰ বিজয় টেণ্ডুলকাৰৰ জন্ম হৈছিল ।
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে  ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ জন্ম হৈছিল।
(৪) ১৯৬৬ চনৰ আজিৰ দিনটোতে অস্কাৰ বঁটা বিজয়ী ভাৰতীয় সংগীতজ্ঞ  এ আৰ ৰহমানৰ জন্ম হৈছিল ৷
(৫) ১৯৭১ চনৰ আজিৰ দিনটোতে ঝাৰখণ্ডৰ পঞ্চম মুখ্যমন্ত্ৰী মধু কোড়াৰ জন্ম হৈছিল ।


মৃত্যু : ----

(১) ১৩১৬ চনৰ আজিৰ দিনটোতে খিলজী বংশৰ শাসক আলাউদ্দিন খিলজিৰ মৃত্যু হৈছিল ৷
(২) ১৮৫২ চনৰ আজিৰ দিনটোতে  অন্ধ লোকৰ  লোকসকলৰ বাবে ব্ৰেইল লিপিৰ আৱিষ্কাৰ কৰা বিখ্যাত ব্যক্তি লুইছ ব্ৰেইলৰ মৃত্যু হৈছিল । 
(৩) ২০১৭ চনৰ আজিৰ দিনটোতে বলিউদ অভিনেতা ওঁম পুৰীৰ মৃত্যু হয়। 





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৬ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post