ইতিহাসত আজিৰ দিনটো ৯ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৯ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) প্ৰবাসী ভাৰতীয় দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭১৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে স্পেইনৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰে।
(২) ১৭৯২ চনৰ আজিৰ দিনটোতে তুৰ্কী আৰু ৰাছিয়াই শান্তি চুক্তিত স্বাক্ষৰ কৰে।
(৩) ১৯৭০ চনৰ আজিৰ দিনটোতে ছিংগাপুৰত সংবিধান গ্ৰহণ কৰা হৈছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১)  ১৯১৫ চনৰ আজিৰ দিনটোতে  জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছিল ৷
(২) ১৯৮২ চনৰ আজিৰ দিনটোতে  ভাৰতৰ  প্ৰথমটো বৈজ্ঞানিক অভিযানকাৰী দল এণ্টাৰ্কটিকাত প্ৰবেশ কৰিছিল ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯২২ চনৰ আজিৰ দিনটোতে চিকিৎসা বিজ্ঞানত  ন’বেল পুৰস্কাৰ লাভ কৰা ভাৰতীয়  হৰগোবিন্দ খোৰানাৰ জন্ম হৈছিল ।
(২) ১৯২৭ চনত  আজিৰ দিনটোতে চিপকো আন্দোলনৰ প্ৰখ্যাত   নেতা সুন্দৰলাল বহুগুনাৰ জন্ম হৈছিল।
(৩) ১৯৩৪ চনৰ আজিৰ দিনটোতে হিন্দী চিনেমাৰ এজন  বিখ্যাত নেপথ্য গায়ক মহেন্দ্ৰ কাপুৰৰ জন্ম হৈছিল।
(৪) ২০০০ চনৰ আজিৰ দিনটোতে দৌৰবিদ হিমা দাসৰ জন্ম হৈছিল।


মৃত্যু : ----

(১) 




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৯ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post