ইতিহাসত আজিৰ দিনটো ১০ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১০ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব হাস্য দিৱস।
(২) বিশ্ব হিন্দী দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৬৩ চনৰ আজিৰ দিনটোতে লণ্ডনৰ বিশ্বৰ প্ৰথম ভূগৰ্ভস্থ ৰে'ল সেৱা  আৰম্ভ হৈছিল।
(২) ১৯১৬ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰাছিয়াই  অটমান সাম্ৰাজ্যক পৰাস্ত কৰিছিল।
(৩) ১৯৪৬ চনৰ আজিৰ দিনটোতে লণ্ডনত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ সভাৰ  ৫১খন দেশৰ  প্ৰতিনিধিয়ে  অংশগ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১)  ১৮৩৯ চনৰ আজিৰ দিনটোতে  ভাৰতীয় চাহ ইংলেণ্ডত পাইছিলগৈ ।
(২) ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে প্ৰতি বছৰে  পৰা ১০ জানুৱাৰীত বিশ্ব হিন্দী দিৱস উদযাপনৰ কথা ঘোষণা কৰিছিল।
(৩) ২০০৮ চনৰ আজিৰ দিনটোতে  ভাৰতৰ আগশাৰীৰ মটৰ নিৰ্মাণ কোম্পানী টাটাই দিল্লীৰ অটো এক্সপ'ত বিশ্বৰ ভিতৰত সবাতোতকৈ সূলভ মূল্যৰ গাড়ী  এক লাখ টকীয়া টাটা নেন' গাড়ীৰ প্ৰথম প্ৰদৰ্শন কৰিছিল ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯৩৩ চনত  আজিৰ দিনটোতে জ্ঞানপীঠ বঁটাপাপ্ত  পাঞ্জাৱী সাহিত্যিক গুৰুদয়াল সিং জন্ম হৈছিল ।
(২) ১৯৭৪ চনৰ আজিৰ দিনটোতে  বলীউদৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনৰ জন্ম হয়। 





মৃত্যু : ----

(১) 




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৯ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

1 Comments

Previous Post Next Post