ইতিহাসত আজিৰ দিনটো ১১ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১১ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।
(২) ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস
(৩) ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৬৯ চনৰ আজিৰ দিনটোতে   ইংলেণ্ডত  প্ৰথম লটাৰী আৰম্ভণি কৰা হৈছিল।
(২) ১৭৫৯ চনৰ আজিৰ দিনটোতে   আমেৰিকাৰৰ ফিলাডেল্ফিয়াত প্ৰথম জীৱন বীমা কোম্পানী আৰম্ভ কৰা হৈছিল। 
(৩) ১৮৭৯ চনৰ আজিৰ দিনটোতে  দক্ষিণ আফ্ৰিকাত এংলো-জুলু যুদ্ধৰ আৰম্ভণি হৈছিল ।
(৪) ১৯২২ চনৰ আজিৰ দিনটোতে ডায়বেটিচ ৰোগীক প্ৰথম ইনচুলিন দিয়া হৈছিল।
(৫) ১৯৪২ চনৰ আজিৰ দিনটোতে জাপানে  মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰ দখল কৰিছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১)  ১৬১৩ চলৰ আজিৰ দিনটোতে মোগল সম্ৰাট জাহাংগীৰে  ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰাটত কাৰখানা নিৰ্মাণৰ অনুমতি দিছিল।
(২) ১৬১৬ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ টমাছ ৰোৱে  আজমিৰত মোগল সম্ৰাট জাহাংগীৰৰ লগত সাক্ষাৎ হৈছিল।
(৩) ১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতত বাতৰিকাকতত ব্যৱহিত কাগজ উৎপাদন  আৰম্ভ হৈছিল।
(৪) ২০০১ চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইণ্ডোনেছিয়াই  প্ৰথম প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত কৰে।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৪২ চনৰ আজিৰ দিনটোতে বিখ্যাত আমেৰিকান দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমসৰ জন্ম হৈছিল ।
(২) ১৮৬০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন বিখ্যাত কবি শ্ৰীধৰ পাঠকৰ জন্ম হৈছিল ।
(৩) ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন  সক্ৰিয় শিশু অধিকাৰ কৰ্মী শান্তিৰ ন'বেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থী  জন্ম হৈছিল ৷
(৪) ১৯৫৮ চনৰ আজিৰ দিনটোতে ঝৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী বাবুলাল মৰাণ্ডীৰ জন্ম হয় ।
(৫) ১৯৭৩ চনৰ আজিৰ দিনটোতে দ্য ৱাল ৰূপে খ্যাত  ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাৱিড়ৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল ।
(২) ২০০৮ চনৰ আজিৰ দিনটোতে   বিশ্বৰ সৰ্ব্বোশ্ব শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি আৰু সমাজসেৱী এডমাণ্ড হিলাৰী মৃত্যু হৈছিল ।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১১ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post