ইতিহাসত আজিৰ দিনটো ২২ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ২২ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৩৭ চনৰ আজিৰ দিনটোতে  দক্ষিণ চিৰিয়াত অহা এক ভূমিকম্পৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬৫ চনৰ আজিৰ দিনটোতে  পশ্চিমবংগৰ দুৰ্গাপুৰত ষ্টীল কাৰখানা আৰম্ভ হৈছিল।







ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) ১৮৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলন এগৰাকী নেতা, সুবক্তা  দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল ।
১৯২৭ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম হৈছিল ।
১৯৪৯ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা মুখ্যমন্ত্ৰী মানিক চৰকাৰৰ জন্ম হৈছিল। 

মৃত্যু : ----

(১) ১৬৬৬  চনৰ আজিৰ দিনটোতে  মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হৈছিল ৷ 
(২) ১৯০১ চনৰ আজিৰ দিনটোতে ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হৈছিল।











বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২২ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

 

Post a Comment

Previous Post Next Post