ইতিহাসত আজিৰ দিনটো ২৪ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ২৪ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক শিক্ষা দিৱস( A/RES/73/25) 
(৩) ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৫৬ চনৰ আজিৰ দিনটোতে চীনত অহা ভয়ংকৰ ভূমিকম্প প্ৰায়ে ৮ লাখ লোকা মৃত্যু হয় ।
(২) ১৮৬২ চনৰ আজিৰ দেনটোতে ৰোমানিয়াৰ ৰাজধানী হিচাপে "বুখাৰেষ্ট"ক মান্যতা প্ৰদান কৰা হয়।
(৩)১৯৩৯ চনৰ আজিৰ দিনটোতে চিলিত হোৱা ভূমিকম্পৰ প্ৰায় ৩০ হাজাৰ লোকৰ মৃত্যু হয়। 
(৪) ১৯৮৯ চনৰ আজিৰ দিনটোতে পেৰুৰ এখন সোণৰ খনিত ১০০ ৰো অধিক শ্ৰমিক আৱদ্ধ হৈ আছিল।
(৫) ২০০৩  চনৰ আজিৰ দিনটোতে  উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া পাৰমাণৱিক সংকটৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত সন্মত হয় ৷





ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৯৭ চনৰ আজিৰ দিনটোতে কলকাতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। 
(২) ১৯৫০ চনৰ আজিৰ দিনটোতে সংবিধান সভাই  ৰাজেন্দ্ৰ প্ৰসাদক দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছিল।
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতে জন গণ মনক ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। 
(৪) ১৯৫১ চনৰ আজিৰ দিনটোতে প্ৰেম মাথুৰ ভাৰতৰ প্ৰথম মহিলা বাণিজ্যিক পাইলট ৰূপে পৰিগণিত হৈছিল ।
(৫) ১৯৫২ চনৰ আজিৰ দিনটোতে মুম্বাইত প্ৰথম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল।
(৬) ২০০৩ চনৰ আজিৰ দিনটোতে  ফ্ৰান্স আৰু ভাৰতৰ মাজত প্ৰত্যৰ্পণ চুক্তি স্বাক্ষৰিত হৈছিল ।











ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) ১৮২৬ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় বেৰিষ্টৰ জ্ঞানেন্দ্ৰ মোহন ঠাকুৰ জন্ম হৈছিল ৷
(২) ১৯৪৩ চনৰ আজিৰ দিনটোতে  ভাৰতৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক  সুভাষ ঘাই জন্ম হৈছিল। 


মৃত্যু : ----

(১) ১৯৬৫ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলৰ ৯০ বছৰ বয়সত মৃত্যু হয়। 
(২) ১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় বিজ্ঞানী হোমী জাহাংগীৰ ভাৱা মৃত্যু হয়। 
(৩) ২০১১ চনৰ আজিৰ দিনটোতে  ভাৰতৰত্নেৰে সন্মানিত ভাৰতৰ বিখ্যাত শাস্ত্ৰীয় সংগীতৰ এগৰাকী গায়ক  পণ্ডিত ভীমসেন যোশী মৃত্যু হৈছিল।











বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৪ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব  ৷



Post a Comment

Previous Post Next Post