1 | 2 | 3 | 4 | 5 | 6 | 7 |
8 | 9 | 10 | 11 | 12 | 13 | 14 |
15 | 16 | 17 | 18 | 19 | 20 | 21 |
22 | 23 | 24 | 25 | 26 | 27 | 28 |
29 | 30 | 31 |
আজিৰ তাৰিখ ২২ জানুৱাৰী
উল্লেখযোগ্য দিৱস সমুহ : ------
(১)
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৮৩৭ চনৰ আজিৰ দিনটোতে দক্ষিণ চিৰিয়াত অহা এক ভূমিকম্পৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল।
ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৯৬৫ চনৰ আজিৰ দিনটোতে পশ্চিমবংগৰ দুৰ্গাপুৰত ষ্টীল কাৰখানা আৰম্ভ হৈছিল।
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
(১)
জন্ম : ----
(১) ১৮৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলন এগৰাকী নেতা, সুবক্তা দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল ।
১৯২৭ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম হৈছিল ।
১৯৪৯ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা মুখ্যমন্ত্ৰী মানিক চৰকাৰৰ জন্ম হৈছিল।
মৃত্যু : ----
(১) ১৬৬৬ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হৈছিল ৷
(২) ১৯০১ চনৰ আজিৰ দিনটোতে ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হৈছিল।
Tags
ইতিহাসত আজিৰ দিনটো