ইতিহাসত আজিৰ দিনটো ১৭ ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29


আজিৰ তাৰিখ   ১৭ ফেব্ৰুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৭৮ চনৰ আজিৰ দিনটোতে ছান ফ্ৰান্সিস্কো চহৰত প্ৰথম টেলিফোন বিনিময় কেন্দ্ৰ মুকলি কৰা হৈছিল।
(২) ১৮৮২ চনৰ আজিৰ দিনটোতে চিডনী ক্ৰিকেট খেলপথাৰত প্ৰথমখন টেষ্ট ক্ৰিকেট খেলা হৈছিল।
(৩) ১৯৬২ চনৰ আজিৰ দিনটোতে জাৰ্মানীতৰ  হামবাৰ্গত অহা এক  ধুমুহাৰ ফলত  প্ৰায় ৩০০ জন লোকৰ মৃত্যু হৈছিল।
(৪) ১৯৭২ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সংসদে ইউৰোপীয় ইউনিয়নত যোগদানৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰে।
(৫) ১৯৭৯ চনৰ আজিৰ দিনটোতে চীনা সেনাই ভিয়েটনাম আক্ৰমণ কৰে ৷
(৬) ১৯৮৩ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডে সংবিধান গ্ৰহণ কৰিছিল।
(৭) ১৯৯৭ চনৰ আজিৰ দিনটোতে নৱাজ শ্বৰিফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈছিল।
(৮) ২০০৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ লেখিকা  তচলিমা নাছৰিনে ভাৰতীয় নাগৰিকত্বৰ বাবে দাবী কৰিছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬৭০ চনৰ আজিৰ দিনটোতে শিৱাজীয়ে মোগল দখলত থকা  সিংগড় দুৰ্গ জয় কৰে।
(২) ১৯১৫ চনৰ আজিৰ দিনটোতে গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে শান্তিনিকেতন ভ্ৰমণ কৰিছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) 





মৃত্যু : ----

(১) ২০১৭ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ প্ৰসিদ্ধ ঔপন্যাসিক বেদ প্ৰকাশ শৰ্মাৰ মৃত্যু হৈছিল।












বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৭ ফেব্ৰুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post