1 | 2 | 3 | 4 | 5 | 6 | 7 |
8 | 9 | 10 | 11 | 12 | 13 | 14 |
15 | 16 | 17 | 18 | 19 | 20 | 21 |
22 | 23 | 24 | 25 | 26 | 27 | 28 |
29 | 30 | 31 |
আজিৰ তাৰিখ ৩০ জানুৱাৰী
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) শ্বহীদ দিৱস ৷
(২) কুষ্ঠ নিবাৰণ দিৱস ৷
(৩) সৰ্বোদয় দিৱস।
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১)
ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১)
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
(১)
জন্ম : ----
(১) ১৮৯০ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্য এজন প্ৰখ্যাত লেখক জয়শংকৰ প্ৰসাদৰ জন্ম হয় ।
(২) ১৯২৮ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী ইতিহাসবিদ ড॰ অমলেন্দু গুহৰ মৃত্যু হৈছিল ৷
(৩) ১৯৪১ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী দীপালী বৰঠাকুৰ জন্ম হৈছিল ৷
মৃত্যু : ----
(১) ১৫৩০ চনৰ আজিৰ দিনটোতে মেৱাৰৰ ৰাণা সংগ্ৰাম সিঙৰ মৃত্যু হৈছিল ৷
(২)১৯৪৮ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হয়।
(৩) ২০১৩ চনৰ আজিৰ দিনটোতে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ মৃত্যু হৈছিল ৷
Tags
ইতিহাসত আজিৰ দিনটো