এশ এবিধ শাকৰ তালিকা

এশ এবিধ শাকৰ তালিকা 


আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?
মহৎলোকৰ বাণী

      অসমত প্ৰচলিত নিয়ম অনুসৰি বহাগ বিহুত ১০১ এবিধ  শাক ৰান্ধি খোৱা হয় ৷ গতিকে, ১০১টা শাক ৰান্ধিবলৈ প্ৰথমে শাকবোৰৰ নাম জানিব লাগিব ৷ জানো আহক ১০১ শাকৰ নাম ৷  অৱশ্যে ইয়াত ১০১ বিধতকৈ অলপ বেছিকৈ দিবলৈ যত্ন কৰা হৈছে যাতে সকলোৰে সুবিধা হয় ৷


১/মাটি কাঁদুৰী, বৈজ্ঞানিক নাম  Alternanthea Sessilis)


২/বৰ মানিমুনি, বৈজ্ঞানিক নাম Centella asiatica.




(৩) সৰু মানিমুনি,  বৈজ্ঞানিক নাম  Hydrocotyle sibthorpioides.


(৪) টিকনি বৰুৱা,  বৈজ্ঞানিক নাম Smilax ovalifolia


(৫) ভেদাই লতা, বৈজ্ঞানিক নাম Paederia foetida.


(৬) টেঙেচি শাক, বৈজ্ঞানিক নাম Oxalis corniculata.

(৭) দ্ৰোণ বন,  বৈজ্ঞানিক নাম Aspera.




(৮) মছোন্দৰী, বৈজ্ঞানিক নাম Houthuynia cordata.


(৯)ঢেকীয়া শাক ,  বৈজ্ঞানিক নাম  Diplezium esculentum.


(১০) লাইজাবৰি,  বৈজ্ঞানিক নাম Drymaria cordata.


(১১) মধুসোলেং,  বৈজ্ঞানিক নাম Polygonum chinense.


(12) দুপৰটেঙা,  বৈজ্ঞানিক নাম  Bryophyllum pinnatum.


(১৩) জিলমিল শাক,  বৈজ্ঞানিক নাম  Chenopodium album.


(১৪) ব্ৰাহ্মী শাক,  বৈজ্ঞানিক নাম  Bacopa monnieri.


(১৫) কেঁহৰাজ ,  বৈজ্ঞানিক নাম  Eclipta alba.


(১৬) খুটৰা শাক,  বৈজ্ঞানিক নাম  Amaranthus viridis.


(১৭) পনৌনৱা ,   বৈজ্ঞানিক নাম  Peperomia pellucida.


(১৮) পচতীয়া,  বৈজ্ঞানিক নাম  Vitex agnus castus.
চিত্ৰ :  ত্ৰিদীপ গগৈ
(১৯) কলমৌ শাক ,  বৈজ্ঞানিক নাম  Ipomoea aquatica. 
চিত্ৰ : ত্ৰিদীপ গগৈ

(২o) চেংমৰা,  বৈজ্ঞানিক নাম   Lasia spinosa.

চিত্ৰ : ত্ৰিদীপ গগৈ

(২১) নৰসিংহ পাত, বৈজ্ঞানিক নাম  Murraya koenigii.



(২২) তিতাফুল/তিতাবাহক,  বৈজ্ঞানিক নাম  Phlogocanthus thyrsiflorus.


(২৩) দুৱৰি বন,  বৈজ্ঞানিক নাম  Cynodon dactylon.
চিত্ৰ : ত্ৰিদীপ গগৈ

(২৪) কঁণা শিমলু,  বৈজ্ঞানিক নাম  Commelina benghalensis/Commelina tuberosa.

চিত্ৰ :  ত্ৰিদীপ গগৈ


(২৫) বিহলঙনি,  বৈজ্ঞানিক নাম  Amphineuron opulantum/ Dryopteris filix.
চিত্ৰ : ত্ৰিদীপ গগৈ


(২৬) কপৌ ঢেকীয়া ,  বৈজ্ঞানিক নাম  Lygodium flexuosum.
চিত্ৰ : ত্ৰিদীপ গগৈ

(২৭) কপৌ লতা,  বৈজ্ঞানিক নাম  Lygodium microphyllum.

চিত্ৰ :  ত্ৰিদীপ গগৈ

(২৮) গৰুখিচ,  বৈজ্ঞানিক নাম Fragaria indica.



(২৯) লাজুকি বন/নিলাজী বন,  বৈজ্ঞানিক নাম Mimosa Pudica.

চিত্ৰ : ত্ৰিদীপ গগৈ

(৩০) ভেঁকুৰি তিতা,  বৈজ্ঞানিক নাম  Solanum indicum.

চিত্ৰ : ত্ৰিদীপ গগৈ

(৩১) মহানিম,  বৈজ্ঞানিক নাম  Azadirachta indica.


(৩২) শগুনীলতা, বৈজ্ঞানিক নাম  Tinospora cordifolia.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৩৩) শুকলতি ,  বৈজ্ঞানিক নাম  Pogostemon benghalensis.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৩৪) নেফাফু পাত,  বৈজ্ঞানিক নাম  Clerodendrum colebrookianum.



(৩২) মালভোগ খুটৰা শাক ,  বৈজ্ঞানিক নাম  Portulaca oleracea.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৩৩)হাতী খুতৰা,  বৈজ্ঞানিক নাম   Amaranthus Iangeticuslinn.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৩৪) থুঠনী বা মৰলীয়া শাক ,  বৈজ্ঞানিক নাম   Stellaria media.
চিত্ৰ : ত্ৰিদীপ গগৈ



(৩৫)বন আমলখি/মাটি আমলখি,  বৈজ্ঞানিক নাম   Phyllanthus niruri.

চিত্ৰ : ত্ৰিদীপ গগৈ

(৩৬) বন জালুক,  বৈজ্ঞানিক নাম  Hedyotis corymbosa.

চিত্ৰ:  ত্ৰিদীপ গগৈ

(৩৭) শোহনি বন,  বৈজ্ঞানিক নাম  Acmella oleracea/Spilanthes acmella /acmella ciliata.

চিত্ৰ:  ত্ৰিদীপ গগৈ

(৩৮) গাখীৰতী বন,  বৈজ্ঞানিক নাম  Euphorbia hirta.
চিত্ৰ: ত্ৰিদীপ গগৈ


(৩৯) কেঞাবন,  বৈজ্ঞানিক নাম  Kyllinga monocephala.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৪০) টুবুকি লতা,  বৈজ্ঞানিক নাম  Cissampelos sympodialis.
চিত্ৰ : ত্ৰিদীপ গগৈ

(৪১) জেতেলী পকা পাত,  বৈজ্ঞানিক নাম  Rubus moluccanus.
চিত্ৰ :  ত্ৰিদীপ গগৈ


(৪২) পদিনা,  বৈজ্ঞানিক নাম  Mentha piperita .



(৪৩) চালকুঁৱৰী,  বৈজ্ঞানিক নাম  Aloe vera.


(৪৪) পিৰালি পালেং,  বৈজ্ঞানিক নাম   Talinum.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৪৫)পকমৌ,  বৈজ্ঞানিক নাম   Physalis minima.

চিত্ৰ : ত্ৰিদীপ গগৈ

(৪৬) লৰ বৰুৱা,  বৈজ্ঞানিক নাম   Rumex obtusifolius.
চিত্ৰ : ত্ৰিদীপ গগৈ

(৪৭) কল পুলি বা পচলা,   বৈজ্ঞানিক নাম  Musa balbisiana.
(৪৮) আম কলী,  বৈজ্ঞানিক নাম  Mangifera indica.
(৪৯) কঠাল মূচী,  বৈজ্ঞানিক নাম   Artocarpus heterophyllus.


(৫০) বেত গাজ ,  বৈজ্ঞানিক না Calamus floribundus.


(৫১) বাঁহ গাজ বা পাতৰ গজালি , বৈজ্ঞানিক না Bambusa tulda.


(৫২) অকালবিহ, বৈজ্ঞানিক না Clerodendrum indicum.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৫৩) লাচকচি, বৈজ্ঞানিক না Solanum nigrum.
চিত্ৰ : ত্ৰিদীপ গগৈ



(৫৪) গোন্ধোৱা বন, বৈজ্ঞানিক না ageratum Conyzoides/ageratina adenophora.


(৫৮) চেনি বন/মধুমেহাৰী/বনধনিয়া, বৈজ্ঞানিক না Scoparia dulcis.

চিত্ৰ : ত্ৰিদীপ গগৈ

(৫৯) বিয়নি সাবটা, বৈজ্ঞানিক না  Desmodium sp.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৬০) মান-ধনীয়া, বৈজ্ঞানিক না Eryngium foetidum


(৬১) মধুৰিৰ কুমলীয়া পাত , বৈজ্ঞানিক না Psidium guajava.
চিত্ৰ : ত্ৰিদীপ গগৈ

(৬২) ৰঙালাউ আগ,   বৈজ্ঞানিক না Cucurbita maxima.
(৬৩) জাতিলাউ আগ,  বৈজ্ঞানিক না  Lagenaria siceraria.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৬৪) চজিনা পাত,  বৈজ্ঞানিক না  Moringa oleifera.


(৬৯) কাচি-দঁৰীয়া,  বৈজ্ঞানিক না  Lindernia ruellioides.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৭০) লিহিৰি পতীয়া/সৰ্পজিভা,  বৈজ্ঞানিক না Hedyotis diffusa.

চিত্ৰ : ত্ৰিদীপ গগৈ


(৭১) সোণবৰিয়াল,  বৈজ্ঞানিক না Sida cordifolia.
চিত্ৰ : ত্ৰিদীপ গগৈ



(৭২) ভাং পাত,  বৈজ্ঞানিক না Canabis sativa.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৭৩) চিৰতা তিতা বা কালমেঘ,  বৈজ্ঞানিক না  Andrographis paniculata.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৭৪) বগা বাহক,  বৈজ্ঞানিক নাম  Justicia adhatoda.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৭৫) আমগন্ধি, বৈজ্ঞানিক না  Limnophila chinensis.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৭৬) বৰথেকেৰা, বৈজ্ঞানিক নাম  Garcinia pedunculata


(৭৭) কেৰেলা, বৈজ্ঞানিক না  Momordica charantia
(৭৮) বেঙেনা,  বৈজ্ঞানিক না Solanum melongena
(৭৯) টেঙামৰা কুমলীয়া কোঁহ,  বৈজ্ঞানিক নাম  Hibiscus sabdariffa.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৮০) মৰিছা,  বৈজ্ঞানিক না  Amaranthus caudatus



(৮১) জাতিলাউ,  বৈজ্ঞানিক না Lagenaria siceraria
(৮২) নেফাফু, বৈজ্ঞানিক না  Clerodendrum colebrookianum
চিত্ৰ : ত্ৰিদীপ গগৈ


(৮৩)অমৰা ফুল বা কুমলীয়া পাত, বৈজ্ঞানিক না Spondias pinnata.
(৮৪) দহি কচু থুৰী,  বৈজ্ঞানিক না Alocasia odora.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৮৫)মাটিকঠালৰ কুমলীয়া কুঁহ,  বৈজ্ঞানিক না  Ananas comosus.
(৮৬) অগৰাৰ কুমলীয়া পাত,  বৈজ্ঞানিক না Xanthium stramarium .
চিত্ৰ : ত্ৰিদীপ গগৈ


(৮৭) বৰালী বকুৱা,  বৈজ্ঞানিক না  Pouzolzia zeylanica.


চিত্ৰ : ত্ৰিদীপ গগৈ

(৮৮) হাঁচিয়া বা হাঁচিয়তি বন,  বৈজ্ঞানিক না  Centipeda minima.

চিত্ৰ  : ত্ৰিদীপ গগৈ


(৮৯) বৰহমথুৰি,  বৈজ্ঞানিক না  Garcinia Sphenocarpa


(৯০) লাই শাক ,  বৈজ্ঞানিক না Brassica juncea
(৯১) বৃন্দাবনী শাক,  বৈজ্ঞানিক না  Alternanthera denticulata.

চিত্ৰ : ত্ৰিদীপ গগৈ

(৯২) ওলকচু Amorphophallus paeoniifolius


(৯৩) টোলোঠা পকাৰ কুমলীয়া পাত,  বৈজ্ঞানিক না  Ardisia arborea.
চিত্ৰ : ত্ৰিদীপ গগৈ


(৯৪) অমিতা ফুল,  বৈজ্ঞানিক না  Carica papaya.
(৯৫) চুকা শাক,  বৈজ্ঞানিক না  Rumex acetosa
(৯৬) লফা,  বৈজ্ঞানিক না  Malva verticillata
(৯৬) পুৰৈ শাক,  বৈজ্ঞানিক না  Basella rubra


(৯৭) পালেং,  বৈজ্ঞানিক না Spinacia oleracea
(৯৮) নুনি পাত,  বৈজ্ঞানিক না  Morus alba
(৯৯) পিঁয়াজপাত,  বৈজ্ঞানিক না  Allium cepa
(১০০) বকফুল,  বৈজ্ঞানিক না  Sesbania grandiflora
(১০১) ধতুৰা ,  বৈজ্ঞানিক না Datura stramonium
(১০২) হেলচী/ হেলেঞ্চি,  বৈজ্ঞানিক না Enhydra fluctuans
(১০৩) চজিনা পাত, বৈজ্ঞানিক না Moringa oleifera.
(১০৪) তুলসী পাত,   বৈজ্ঞানিক না Ocimum sanctum
(১০৫) বিশল্যকৰণি,   বৈজ্ঞানিক না Jasticia gendarussa SynGendarussa vulgaris
(১০৬) মিঠামৰা,  বৈজ্ঞানিক না Corchorus olitorius
(১০৭) মেটেকা, বৈজ্ঞানিক না  Eichhornia crassipes
চিত্ৰ : ত্ৰিদীপ গগৈ


(১০৮) শেৱালি ফুলৰ পাত,  বৈজ্ঞানিক না Nyctanthes arbor-tristis.

তথ্য সংগ্ৰহ
(১) ইন্টাৰনেট
(2)  ত্ৰিদীপ গগৈ
(৩) উইকিপিডিয়া
বিঃদ্রঃ :-- ফটো সমুহ ইন্টাৰনেটৰ পৰা সংগৃহীত

4 Comments

  1. অতি সুন্দৰ ককাইদেউ

    ReplyDelete
  2. কাঁচিদৰিয়াটোত অলপ সন্দেহ হৈছে !

    ReplyDelete
  3. আমাৰ চাৰিও ফালে সদাই দেখি থকা কিছুমান উদ্ভিদৰ নাম(বৈজ্ঞানিক নাম সহ)আৰু মানুহৰ খাদ্য বুলি,,,,আজি প্ৰথম জানিলো। ধন্যবাদ দাদা।

    ReplyDelete
Previous Post Next Post